ETV Bharat / jagte-raho

ছত্তিশগড়ত দলবদ্ধ ধৰ্ষণৰ বলি মুম্বাইৰ নৃত্যশিল্পী

author img

By

Published : Dec 7, 2019, 6:40 PM IST

Updated : Dec 7, 2019, 11:41 PM IST

ছত্তিশগড়ৰ দুৰ্গ জিলাত বিবাহ অনুষ্ঠানত নৃত্য প্ৰদৰ্শনৰ বাবে মুম্বাইৰ পৰা আমন্ত্ৰণ কৰি অনা নৃত্যশিল্পীক তিনি দুৰ্বৃত্তৰ দলবদ্ধ ধৰ্ষণ ৷ তিনিটা দুষ্কৃতিকাৰীৰ ভিতৰত দুটা ক্ৰমে কমলেশ আৰু ৰাজক বৃহস্পতিবাৰে আটক কৰে আৰক্ষীয়ে ৷

Woman dancer from Mumbai raped in Chattisgarh
ছত্তিশগড়ত দলবদ্ধ ধৰ্ষণৰ বলি মুম্বাইৰ নৃত্যশিল্পী

দুৰ্গ,7 ডিচেম্বৰঃ ছত্তিশগড়ত দুৰ্গ জিলাৰ এটা বিবাহ অনুষ্ঠানত নৃত্য প্ৰদৰ্শনৰ বাবে মুম্বাইৰ পৰা আমন্ত্ৰণ কৰি অনা এগৰাকী নৃত্যশিল্পীৰ লগত দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হয় ৷ প্ৰাপ্ত বাতৰি অনুসৰি, উক্ত দলবদ্ধ ধৰ্ষণৰ ঘটনাটো 4 ডিচেম্বৰৰ নিশা আহিৱাৰা পথৰ নিকটৱৰ্তী কুমহাৰী চহৰত সংঘটিত হয় ৷

ছত্তিশগড়ত দলবদ্ধ ধৰ্ষণৰ বলি মুম্বাইৰ নৃত্যশিল্পী

ধৰ্ষণকাণ্ডত জড়িত থকাৰ অভিযোগত কমলেশ আৰু ৰাজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ ইফালে চনু কুমাৰ নামৰ লোকজনৰ বিৰুদ্ধে ধৰ্ষণকাণ্ডৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে বুলি স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

কমলেশ আৰু ৰাজ নামৰ অভিযুক্ত দুটাক বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে ৷

ধৰ্ষিতা মহিলাগৰাকীৰ অভিযোগ অনুসৰি, কুমাৰ নামৰ লোকজনৰ আমন্ত্ৰণমৰ্মে এক বিবাহ অভ্যৰ্থনা অনুষ্ঠানত নৃত্য প্ৰদৰ্শনৰ বাবে যোৱা 28 নৱেম্বৰত দুৰ্গ জিলাৰ ভিলাইত উপস্থিত হৈছিলহি তেওঁ ৷

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্যনুসৰি, 3 ডিচেম্বৰত অনুষ্ঠান সমাপ্তিৰ পিছত শিল্পীগৰাকী 4 ডিচেম্বৰত মুম্বাইলৈ যোৱাৰ কথা আছিল ৷

সেই অনুসৰি 4 ডিচেম্বৰৰ বিয়লি কমলেশ,ৰাজ আৰু কবীৰে মহিলাগৰাকীক ৰায়পুৰত গাড়ীৰে থৈ অহাৰ বাবে প্ৰস্তাৱ দিছিল ৷

কিন্তু অভিযুক্তকেইটাই আহিৱাৰা ৰোডৰ এক নিৰ্জন স্থানত গাড়ীখন ৰখাই মহিলাগৰাকীক ধৰ্ষণ কৰি ৰায়পুৰত এৰি থৈ যায় ৷

ঘটনা সংঘটিত হোৱাৰ পাছত মহিলাগৰাকীয়ে কোনোমতে ভিলাইত উপস্থিত হৈ চাৰি ধৰ্ষণকাৰীৰ বিৰুদ্ধে সুপিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷

ইফালে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, কবীৰ আৰু কুমাৰক আটক কৰাৰ বাবে অভিযান অব্যাহত আছে ৷

আৰু পঢ়ক গোৰেশ্বৰৰ দেওচুঙাত 6 বছৰীয়া শিশুক ধৰ্ষণ

Intro:भिलाई के सुपेला थाने में मुंबई की डांसर युवती के साथ इवेंट मैनेजर ने अपने साथियों के साथ मिलकर गैगरेप का मामला समाने आया है जहाँ आरोपियों ने गैगरेप की घटना को अंजाम देने के बाद युवती से 50 हजार और मोबाइल लुट लिये घटना के बाद आरोपियों ने पीडिता को रायपुर में छोड़कर फरार हो गए और जिसके बाद पीडिता युवती ने ने इस घटना की सूचना पर रायपुर आजाद चौक पुलिस थाने में मामला पंजीबद्ध किया गया जिसके बाद रायपुर पुलिस ने डायरी को सुपेला पुलिस को सौपा दी है ...

Body:पीडिता मुम्बई से आई थी जो भिलाई के निजी होटल में ठहरी थी वही इवेंट में जाकर डांसर का काम करती थी पीडिता को इवेंट मैनेजर सोनू ने प्रतिदिन 15 हजार रूपये पर इवेंट करने के लिए बुलाया था घटना के दिन आरोपी सोनू ने इवेंट के लिए रायपुर भेजने के लिए कबीर को टैक्सी लेकर होटल भेजा गया टैक्सी के पहले से ही दो आरोपी मौजूद थे युवती को टैक्सी में बैठकर रायपुर की लिए निकले लेकिन आरोपियों ने रायपुर न ले जाकर कुम्हारी से अहिवारा रोड के सुनसान इलाके में लेकर पहले आरोपियों ने युवती से मारपीट करते हुए उससे खेत पर लेकर आरोपियों ने बारी-बारी से दुष्कर्म की अंजाम दिए दुष्कर्म के बाद आरोपियों ने युवती के पास से 50 हजार और मोबाइल लूट लिया आयोपियो ने घटना के बाद पीडिता युवती को रायपुर में छोड़कर फरार हो गए ...जिसके बाद युवती ने पूरी घटना की जानकारी रायपुर आजाद चौक थाने में दी ...रायपुर पुलिस ने जीरो में मामला कायम कर भिलाई सुपेला थाने में भेज गया जहाँ आरोपियों के खिलाफ दुष्कर्म समेत अन्य धाराओं के तहत मामला दर्ज किया है

Conclusion:सुपेला पुलिस ने बताया कि पीडिता 28 नवम्बर से दुर्ग-भिलाई आई थी और लगातार इवेंट में काम करने जाती थी घटना के दिन पीडिता को इवेंट में ले जाने के बहाने आरोपियों ने घिनौनी हरकत को अंजाम दिया जिसके बाद पीडिता की शिकायत पर पुलिस ने इवेंट मैनेजर सोनू,उसके दोस्त कबीर,राणा डे और कमलेश साहू के खिलाफ मामला दर्ज किया है सोनू दुर्ग का रहने वाला बाकि अन्य तीनो आरोपी रायपुर के निवासी है बहरहाल पुलिस ने राणा डे और कमलेश साहू को गिरफ्तार किया शेष आरोपी फरार है

बाईट_गोपाल वैश्य,थाना प्रभारी ,सुपेला

कोमेन्द्र सोनकर, दुर्ग
Last Updated : Dec 7, 2019, 11:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.