ETV Bharat / jagte-raho

চিৰাঙৰ বিজনীত নিষিদ্ধ দ্ৰব্যসহ আটক ড্ৰাগছ সৰবৰাহকাৰী - চিৰাঙৰ বিজনীত নিষিদ্ধ দ্ৰব্যসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

চিৰাং জিলাৰ বিজনী মহকুমাত নিষিদ্ধ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী ৷ বিজনীৰ মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানত বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ দুয়োজন সৰবৰাহকাৰী ৷

বিজনীত আটক ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : Nov 8, 2019, 4:03 AM IST

Updated : Nov 8, 2019, 8:28 AM IST

চিৰাং, 7 নৱেম্বৰঃ চিৰাঙৰ বিজনীত নিষিদ্ধ ড্ৰাগছসহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ বিজনীৰ ৰামসীতা মন্দিৰৰ সমীপৰ পৰা এখন হুণ্ডাই গাড়ীৰ পৰা ড্ৰাগছসহ আটক হয় দুজনকৈ সৰবৰাহকাৰী ৷ বিজনীৰ মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত চলা গোপন অভিযানত বৃহস্পতিবাৰে নিশাৰ ভাগত গ্ৰেপ্তাৰ হয় দুয়োগৰাকী সৰবৰাহকাৰী ৷

বিজনীত আটক ড্ৰাগছ সৰবৰাহকাৰী

আটকাধীন সৰবৰাহকাৰী দুজন জুবেইদ আহমেদ খান(২৫) আৰু মুছাৰফ খান(১৭) বুলি জানিব পৰা গৈছে ৷ দুয়োজনৰ পৰা ৮টা ড্ৰাগছ কন্টেইনাৰৰ লগতে এটা মোবাইল ফোন আৰু এখন হুণ্ডাই ইয়ন গাড়ী জব্দ কৰিছে আৰক্ষীয়ে ৷ ধৃত জুবেইদৰ ঘৰ বিজনীৰ কাউয়াটিকা আৰু মুছাৰফৰ ঘৰ বঙাইগাঁও জিলাৰ মানিকপুৰত বুলি জানিব পৰা গৈছে ৷ বৃহস্পতিবাৰে নিশা 8 বজাত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় দুয়ো ৷ আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে চাওকঃ১৫০ টা বছৰ অতিক্ৰম কৰিলে অসমৰ প্ৰথমখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে

Intro:চিৰাঙৰ বিজনীত ড্ৰাগছ সহ দুই ড্ৰাগছ ব্যৱসায়ী আটক। বিজনী ৰামসিতা মন্দিৰৰ সমিপত আটক কৰে দুই কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জুবেইদ আহমেদ খান(২৫) আৰু মুছাৰফ খান(১৭)। উদ্ধাৰ হয় ৮ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ সহ মোবাইল ফোন এটা, হুণ্ডাই ইঅন ৪ চকীয়া বাহন এখন। উল্লেখ যে জুবেইদ আহমেদ খান বিজনী কাউয়াটিকাৰ বাসিন্দা আৰু মুছাৰফ খান বঙাইগাইওঁ জিলাৰ মানিকপুৰৰ বুলি জানিব পৰা গৈছে। সন্ধীয়া ৭ বজাত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুয়ো ।
পূৰ্বতেও জুবেইদ আহমেদ খানে ড্ৰাগছ ব্যৱসায়ী সক্ৰান্তত ৰঙা ঘৰৰ আলহি হৈছিল যদিও জামিনত জেলৰ পৰা ওলাই পুনৰ ড্ৰাগছ ব্যৱসায়ীত যৰিত হোবাত এক গোপন সুত্ৰৰ পমখেদি বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত দুই কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় বিজনী
আৰক্ষীয়ে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:চিৰাঙৰ বিজনীত ড্ৰাগছ সহ দুই ড্ৰাগছ ব্যৱসায়ী আটক।

Conclusion:চিৰাঙৰ বিজনীত ড্ৰাগছ সহ দুই ড্ৰাগছ ব্যৱসায়ী আটক।
Last Updated : Nov 8, 2019, 8:28 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.