ETV Bharat / jagte-raho

জখলাবন্ধাত চিলনী চোৰে লুটিলে নগদ 2 লাখ টকা

জখলাবন্ধাত দিন-দুপৰতে চিলনী চোৰে লুটিলে নগদ 2 লাখ টকা ৷ হেলমেট পৰিহিত দুজন ব্যক্তিয়ে লুটিলে 2 লাখ টকা ৷

thieft-in-nagaon-district-kaliyabor
জখলাবন্ধাত চিলনী চোৰে লুটিলে নগদ 2 লাখ টকা
author img

By

Published : Dec 4, 2020, 9:08 PM IST

কলিয়াবৰ, 4 ডিচেম্বৰ : শুকুৰবাৰে জখলাবন্ধাত দিন-দুপৰতে চিলনী চোৰে লুটিলে নগদ 2 লাখ টকা ৷ হেলমেট পৰিহিত দুজন ব্যক্তিয়ে লুটিলে 2 লাখ টকা ৷

thieft-in-nagaon-district-kaliyabor
ভুক্তভোগী গ্ৰাহক

অভিযোগ অনুসৰি, ইউনাইটেড বেংক অৱ ইণ্ডিয়া জখলাবন্ধা শাখাৰ পৰা কলিয়াবৰৰ জখলাবন্ধা কুমাৰপট্টীৰ উপেন্দ্ৰ চাহু নামৰ গ্ৰাহকজনে বেংকৰ পৰা 2 লাখ টকা উলিয়াই লৈ আহোতে বাইকত অহা দুজন ব্যক্তিয়ে উপেন্দ্ৰ চাহুৰ হাতৰ পৰা থপিয়াই লৈ গ'ল 2 লাখ টকা ।

উল্লেখ্য যে, ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : হামৰেণত ১,৫৯৫ গৰাকী হিতাধিকাৰীৰ মাজত "অৰুণোদয় আঁচনিৰ" কাৰ্ড বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.