ETV Bharat / jagte-raho

বঙৰাত একেদিনাই তিনিটাকৈ মন্দিৰত চুৰি

author img

By

Published : Jun 8, 2019, 1:17 PM IST

শুকুৰবাৰে নিশা বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বঙৰা আমৰতলৰ শ্ৰী শ্ৰী চতুৰ্ভূজ সত্ৰ,শিৱ মন্দিৰৰ লগতে ব্যক্তিগত ঘৰৰ মন্দিৰত চোৰে লুটপাত চলায় ৷

বঙৰাত একেদিনাই তিনিটাকৈ মন্দিৰত চুৰি

দক্ষিণ কামৰূপ, 8 জুনঃ দক্ষিণ কামৰূপৰ বঙৰাত একেদিনাই চোৰে লুটিলে তিনিটাকৈ মন্দিৰ ৷ শুকুৰবাৰে নিশা বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বঙৰা আমৰতলৰ শ্ৰী শ্ৰী চতুৰ্ভূজ সত্ৰ,শিৱ মন্দিৰৰ লগতে ব্যক্তিগত ঘৰৰ মন্দিৰত চোৰে লুটপাত চলায় । চতুৰ্ভূজ সত্ৰৰ পৰা বিগ্ৰহৰ ডিঙিৰ সোণ-ৰূপৰ আ-অলংকাৰ,কাঁহৰ ৩ যোৰ তাল,শৰাই,গামোছা আদিকে ধৰি নগদ ধন লৈ যায় পলায়ন কৰে চোৰ ৷ আনহাতে শিৱ মন্দিৰৰ পৰাও দানপাত্ৰ ভাঙি নিয়াৰ লগতে বহুতো আ-অলংকাৰ লুটি নিয়ে ধৃত চোৰকেইটাই ৷ইতিমধ্যে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

Slug:-As_Kam_8june_3tempal_thief_801-802_,vis+bite+photo_as10020

দক্ষিণ কামৰূপৰ বঙৰাত একেদিনাই চুৰে লুটিলে ৩ মন্দিৰ । 

Vo..ৰাজ্যত সঘনাই বৃদ্ধি পাইছে চুৰি কাৰ্যৰ ঘটনা । শাৰি যোৱা মন্দিৰো । দক্ষিণ কামৰূপৰ বঙৰাত একেদিনাই চুৰে লুটি নিলে ৩টা মন্দিৰ । বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰা আমৰতলৰ শ্ৰী শ্ৰী চতুৰ্ভুজ সত্ৰ,শিৱ মন্দিৰৰ লগতে ব্যক্তিগত ঘৰৰ মন্দিৰ । যোৱা নিশা চতুৰ্ভুজ সত্ৰৰ পৰা বিগ্ৰহৰ ডিঙিৰ সোন-ৰূপৰ আ-অলংকাৰ,কাহৰ ৩ যোৰ তাল,শৰাই,গামোছা আদিকে ধৰি নগত ধন আনহাতে শিৱ মন্দিৰৰ পৰাও দানপাত্ৰ ভাঙি নিয়াৰ লগতে বহুতো আ-অলংকাৰ লৈ যায় । আনকি মন্দিৰৰ বহুতো সামগ্ৰীৰ ক্ষয়-ক্ষতি কৰে । ঘটনাস্থলিত পলাশবাৰী আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে । লগতে মন্দিৰৰ পুজাৰীৰ আশা শীঘ্ৰে জালত পৰিব আটাইকেইটা চোৰ আজি মন্দিৰত নাম-প্ৰসংগ কৰিব ৰাইজৰ সকলো লোকে ।

Bite..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.