ETV Bharat / jagte-raho

ককাকৰ হাতত ধৰ্ষিতা নাতিনী - ত্ৰিপুৰা

58 বছৰীয়া ককাৰ কামনাৰ বলি হ'ল 11 বছৰীয়া নাতিনী,লম্পট ককাকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 376(2)(1) ধাৰাত ৰুজু হৈছে গোচৰ ৷

ককাকৰ হাতত ধৰ্ষিতা নাতিনী
author img

By

Published : Jun 16, 2019, 8:28 PM IST

কৰিমগঞ্জ,১৬জুন : অসম- ত্ৰিপুৰা সীমান্তত জঘন্য ঘটনা । 58 বছৰীয়া ককাকৰ কামনাৰ বলি হ'ল 11 বছৰীয়া নাতিনী । বিগত চাৰি-পাঁচ দিন ধৰি জনৈক আব্দুল নামৰ ককাকজনে নিজৰ এঘাৰ বছৰীয়া নাতিনীক ভয়-ভাবুকিৰে ধৰ্ষণ কৰি আহিছিল । দেওবাৰে ধৰ্ষণকাৰী বৃদ্ধজনক হাতে-লোটে কৰায়ত্ত কৰে স্থানীয় ৰাইজে । ইফালে, কণমানিজনীক আৰক্ষীয়ে হাস্পতাললৈ প্ৰেৰণ কৰি শাৰিৰীক পৰীক্ষা-নিৰীক্ষাৰ পিছত ঘটনাৰ সত্যতা প্ৰমাণ হয় । লম্পট ককাকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 376(2)(1) ধাৰাত ৰুজু হৈছে গোচৰ । সোমবাৰে লম্পট আব্দুলক প্ৰেৰণ কৰা হ'ব ধৰ্মনগৰ আদালতলৈ ।

Intro:Body:SLUG : RAPE INCIDENT AT TRIPURA

অসম ত্ৰিপুৰা সীমান্তত জঘন্য ঘঠনা । ত্ৰিপুৰাৰ কদমতলাত 58 বছৰীয়া ককাৰ (grandfather) কামনাৰ বলি 11 বছৰীয়া নাতিনী । এগৰাকী বৃদ্ধ লোকৰ জঘন্য কান্ডই এলেকাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চ্যলৰ । ঘঠনা কদমতলা আৰক্ষী থানাৰ অন্তৰ্গত কালা গাঙপাৰ গাঁওৰ 4 নং ওয়াৰ্ডত সংঘটিত হৈছে । ভয় ভাবুকি দেখুৱাই ককাইদেউ আব্দুল জলিলে ঘৰৰ কাখৰ এটা জংঘলত বিগত চাৰি পাঁচ দিন ধৰি নিজৰ এঘাৰ বছৰীয়া নাতিনীক ধৰ্ষন কৰি আহিছিল । অবশেষত কুকৰ্ম কৰি থাকোতে স্থানীয় ৰাইজৰ হাতত হাতে লোটে ধৰা পৰিল ধৰ্ষণকাৰী বৃদ্ধ ককা আব্দুল জলিল । স্থানীয় ৰাইজ আৰু আব্দুল জলিলৰ পুত্ৰ আনচান আলীয়ে পিতৃক উত্তম মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়ে । কণমানি ছোৱালীক আৰক্ষীয়ে হস্পিটালত প্ৰেৰন কৰি শাৰিৰীক পৰীক্ষা নিৰীক্ষাৰ পিছত ঘটনাৰ সত্যতা প্ৰামাণ হয় । লম্পট ককাৰ বিৰুদ্ধে ভাৰতীয় দন্ডবিধিৰ অন্তৰ্গত 376(2)(1) ধাৰাত গোচৰ ৰুজু কৰা হৈছে । অহাকাইলৈ লম্পট আব্দুল জলিল'ক ধৰ্মনগৰ আদালতত তুলা হব ।

byte: victim and police Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.