ETV Bharat / jagte-raho

যমুনামুখত কিশোৰীক যৌন নিৰ্যাতন 2 যুৱকৰ

যমুনামুখত জঘন্য ঘটনা । ওৰে নিশা কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ দুই যুৱকৰ বিৰুদ্ধে। এজাহাৰ দিয়াৰ চাৰিদিন পিছতো আৰক্ষীয়ে নকৰিলে স্বাস্থ্য পৰীক্ষা ৷

author img

By

Published : Jun 4, 2019, 6:21 PM IST

যমুনামুখত দুই যুৱকৰ বিৰুদ্ধে কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ

নগাঁও, 4 জুনঃ যমুনামুখত পোহৰলৈ আহিছে কিশোৰী ধৰ্ষণৰ জঘন্য ঘটনা ৷ শুকুৰবাৰে যমুনামুখৰ এগৰাকী কিশোৰীক মুখত সোপা দি এগৰাকী মহিলাৰ সহযোগত অপহৰণ কৰি নি ওৰে নিশাই যৌন নিৰ্যাতন চলায় দুই যুৱকে ৷ ঘটনা সংঘটিত হোৱাৰ পিচতেই কিশোৰীগৰাকীৰ পিতৃয়ে যুৱক দুজনৰ বিৰুদ্ধে যমুনামুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও ঘটনাৰ চাৰিদিন পিচতো আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ কেৱল সেয়াই নহয়,কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা নকৰাৰো অভিযোগ তুলিছে পিতৃয়ে ৷

যমুনামুখত দুই যুৱকৰ বিৰুদ্ধে কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ

আনকি এজাহাৰ দিয়া কিশোৰীগৰাকীৰ পিতৃকহে ওলোটাই আটক কৰি আৰক্ষীয়ে ধনৰ বিনিময়ত মোকলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । মঙলবাৰে পৰিয়ালৰ নিজা খৰছত কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰে ।

Intro:যমুনামুখত জঘন্য ঘটনা। ওৰে নিশা কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ দুই যুৱকৰ বিৰুদ্ধে। এজাহাৰ দিয়াৰ চাৰিদিন পিছতো আৰক্ষীয়ে নকৰিলে স্বাস্থ্য পৰীক্ষাও।

Body:চাৰিদিন পূৰ্বেই সংঘটিত এটা ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। ঘটনা বিগত শুক্ৰবাৰৰ। শুক্ৰবাৰে সন্ধিয়া যমুনামুখৰ এইগৰাকী কিশোৰীক মুখত সোপা দি এগৰাকী মহিলাৰ সহযোগত অপহৰণ কৰি নি ওৰে নিশা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পিতৃয়ে যুৱক দুজনৰ বিৰুদ্ধে যমুনামুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ চাৰিদিন পিছতো আৰক্ষীয়ে অভিযুক্তক আটক কৰা দুৰৰে কথা স্বাস্থ্য পৰীক্ষা পৰ্যন্ত নকৰিলে কিশোৰীগৰাকীৰ। আনকি এজাহাৰ দিয়া কিশোৰীগৰাকীৰ পিতৃকহে ওলোটাই আটক কৰি আৰক্ষীয়ে ধনৰ বিনিময়ত মোকলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মঙলবাৰে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰে পৰিয়ালৰ নিজা খৰছত।
bite.
--------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৪-৬-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.