ETV Bharat / jagte-raho

ডিটনেটৰসহ আৰক্ষীৰ জালত আইনাল হক নামৰ ব্যক্তি

আছাম ৰাইফলছ আৰু বৰখলা আৰক্ষীৰ যুটীয়া অভিযানত জিলেটিনৰ লগতে ডিটনেটৰসহ ধৃত হয় লোকজন ৷

author img

By

Published : Mar 31, 2019, 11:06 PM IST

বিস্ফোৰক জব্দ

শিলচৰ, 31 মাৰ্চঃ লোকসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী ৷ অসম আৰক্ষী আৰু আছাম ৰাইফলৰ যুটীয়া অভিযানত কাছাৰ জিলাৰ বৰখলাৰ পৰা জব্দ হয় বিস্ফোৰক সামগ্ৰীখিনি ৷

বিষ্ফোৰক জব্দ

37 আছাম ৰাইফলছৰ চুবেদাৰ ধনীৰাম গগৈৰ নেতৃত্বত যোৱা আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় বিস্ফোৰক সামগ্ৰীখিনি ৷ অভিযানকাৰী দলটোৱে বৰখলা আৰক্ষী চকীৰ অন্তৰ্গত ভাঙ্গাৰপাৰ গাঁৱৰ আইনাল হকৰ গৃহৰ পৰা 180 ডাল জিলেটিনৰ লগতে 180 ডালডিটনেটৰজব্দ কৰিবলৈ সক্ষম হয় ৷

বিষ্ফোৰক জব্দ

ঘটনা সন্দৰ্ভত বৰখলা আৰক্ষী চকীত বিস্ফোৰক সামগ্ৰী আইনৰ 5 ধাৰাৰঅধীনত 108/19 নম্বৰত এটি গোচৰ ৰুজু কৰিছে আছাম ৰাইফলছে ৷ আৰক্ষীয়েআইনাল হককআটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

News Silchar 
কাছৰৰ বৰখলাত সমষ্টিৰ ভাঙ্গাৰপাৰত বৰখলা পুলিচ আৰু আসাম ৰাইফেলৰ  অভিযানত  আইনুল হক নাম এগৰাকী যুবকৰ ঘৰৰ পৰা ডিটেন্টৰ সহ বিষ্ফূৰক সহ জব্দ ।ঘটনাৰ বাৰে আতংক এলাকাত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.