ETV Bharat / jagte-raho

আৰক্ষীৰ আগত হু বহু বিৱৰণ দিলে নলবাৰীৰ বেংক ডকাইতিৰ অভিযুক্তই - পাঞ্জাৱ নেচনেল বেংক

নলবাৰী আৰক্ষীৰ জালত নলবাৰীৰ পাঞ্জাৱ নেচনেল বেংক ডকাইতিত জড়িত ডকাইতৰ বৃহৎ দল ৷ গ্ৰেপ্তাৰ কৰা দলটোৱে এফালৰ দি গ’ল ডকাইতি কাণ্ডৰ বিৱৰণ ৷

nalbari-police-arrested-mastermind-of-bank-robbery
নলবাৰী আৰক্ষীৰ জালত বেংক ডকাইতিৰ বৃহৎ দল
author img

By

Published : Dec 19, 2020, 4:01 PM IST

নলবাৰী, 19 ডিচেম্বৰ : অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল নলবাৰীৰ বেংক ডকাইতিৰ বৃহৎ গেঙক ৷ গ্ৰেপ্তাৰ কৰা দলটোৱে আৰক্ষীৰ ওচৰত এফালৰ পৰা প্ৰদৰ্শন কৰি গল ডকাইতি কাণ্ডৰ বিৱৰণ ৷

উল্লেখ্য যে, 21 নৱেম্বৰত নলবাৰী জিলাৰ অমিয়াপুৰস্থিত পাঞ্জাৱ নেচনেল বেংকত ডকাইতি কাণ্ড সংঘটিত হৈছিল ৷ দিন দুপৰতে বেংকটোৰ পৰা প্ৰায় 50 লাখ টকা লুটপাত কৰিছিল এটা বৃহৎ দলে ৷ ঘটনাৰ পিচতে নলবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৃহৎ ডকাইতৰ দলটোক ৷

নলবাৰী আৰক্ষীৰ জালত বেংক ডকাইতিৰ বৃহৎ দল

শনিবাৰে নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দলটোৱে আৰক্ষীৰ ওচৰত কেনেকৈ ডকাইতি কাণ্ড সংঘটিত কৰিছিল তাৰ সমস্ত বিৱৰণ দি গল এফালৰ পৰা ৷ আনহাতে, ঘটনাৰ এমাহৰ পিচতে নলবাৰী আৰক্ষীয়ে ঘটনাৰ লগত জড়িত দলটোক গ্ৰেপ্তাৰ কৰাৰ বাবে স্থানীয় ৰাইজে নলবাৰী আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক : AUS বনাম IND প্ৰথম টেষ্ট : টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বনিম্ন ৰাণ ভাৰতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.