ETV Bharat / jagte-raho

বাক্সাৰ কুমাৰীকাটাৰ অভয়পুৰত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

author img

By

Published : May 20, 2019, 10:59 AM IST

দেওবাৰে নিশা স্বামীৰ খুকুৰীৰ ঘাপত প্ৰাণ গ'ল পত্নী দিপালী মণ্ডলৰ ৷ ঘটনা সংঘটিত কৰিয়েই আৰক্ষী থানাত আত্মসমৰ্পন ঘাটক স্বামীৰ ৷

বাক্সাৰ কুমাৰীকাটাৰ অভয়পুৰত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

বাক্সা, 20 মে': বাক্সাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত অভয়পুৰ গাঁৱত দেওবাৰে নিশা স্বামীৰ খুকুৰীৰ ঘাপত প্ৰাণ গ'ল পত্নীৰ । ধনঞ্জয় মণ্ডল(৪০) নামৰ লোক জনে পত্নী দিপালী মণ্ডলক(৩৫) নিশা প্ৰায় ১১:৪৫ মান বজাত শোৱা পাতিতে ডিঙিত খুকুৰীৰে ৰেপী হত্যা কৰে । পাৰিবাৰিক কণ্ডলৰ ফলতে ধনঞ্জয় মণ্ডলে পত্নীক হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ।

বাক্সাৰ কুমাৰীকাটাৰ অভয়পুৰত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

উল্লেখ্য যে, ঘটনা সংঘটিত কৰি হত্যাকাৰী ধনঞ্জয়ে কুমাৰীকাটা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে । ইতিমধ্যে ঘটনাস্থলীত কুমাৰীকাটা আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ৷

Intro:বাক্সাৰ কুমাৰীকাটাৰ অভয়পুৰত স্বামীৰ হাৰ ঘাপত প্ৰাণ গল পত্নীৰ

Body:
বাক্সা জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত অভয়পুৰ গাঁৱত নিশা স্বামীৰ খুকুৰীৰ ঘাপত প্ৰাণ গল পত্নীৰ । নিধনঞ্জয় মণ্ডল(৪০) নামৰ লোক জনে পত্নী দিপালী মণ্ডলক(৩৫) নিশা প্ৰায় ১১:৪৫ মান বজাত শুৱা পাতিতে দিঙিত খুকুৰীৰে ৰেপী হত্যা কৰে । আৰক্ষীয়ে জানিব দিয়া মতে পাৰিবাৰিক কণ্ডলৰ ফলেতে ধণঞ্জয় মণ্ডলে পত্নীক হত্যাকাণ্ডৰ সংঘটিত কৰাৰ সংন্দেহ ।

Conclusion:উল্লেখ্য যে নিশাই হত্যাকাৰী ধনঞ্জয়ে কুমাৰীকাটা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে । ইতিমধ্যে ঘটনাস্থলীত কুমাৰীকাটা আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ ঘটনাৰ সম্পৰ্কে অধিক অনুসন্ধান আৰম্ভ ৰাখিছে আৰু মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰি কুমাৰীকাটা আৰক্ষী চকীলৈ যায় ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.