ETV Bharat / jagte-raho

বায়ুসেনাৰ প্ৰাক্তন বিষয়াক মঙলদৈ আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড

author img

By

Published : May 31, 2019, 3:55 AM IST

এজোপা গমাৰী গছৰ বাবে খুড়াকক হত্যা কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ভুগিলে বায়ুসেনাৰ প্ৰাক্তন বিষয়া টংকেশ্বৰ শৰ্মাই ৷

etv bharat

  • হত্যাকাৰী বায়ুসেনাৰ প্ৰাক্তন বিষয়াক যাৱদজীৱন কাৰাদণ্ড ৷
  • বৃহস্পতিবাৰে, মঙলদৈৰ চেচন ন্যায়ধীশ পিপি বৰাৰ আদালতে ঘোষনা কৰিলে এই ৰায়দান ৷
  • বিষয়াগৰাকীৰ নাম টংকেশ্বৰ শৰ্মা
  • 2011 চনৰ 14 অক্টোবৰত অনুজ্ঞাপত্ৰ প্ৰাপ্ত পিস্তলেৰে গুলীয়াই হত্যা কৰিছিল নিজ খুড়াকক ৷
  • লগতে, গুলীয়াই আহত কৰিছিল ভতিজাক সতীশ শৰ্মাকো ৷
    বায়ুসেনাৰ প্ৰাক্তন বিষয়াক মঙলদৈ আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড
  • সীমামূৰীয়া মাটিৰ গমাৰী গছক কেন্দ্ৰ কৰিয়েই আৰম্ভ হৈছিল কাজিয়াৰ সূত্ৰপাত ৷
  • নিহত লোকজন ৰঙামাটি সৰুঠেকেৰাবাৰী গাঁৱৰ পঞ্চানন শৰ্মা ৷
  • নিজৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত পিস্তলেৰে টংকেশ্বৰ শৰ্মা গুলীয়াই হত্যা কৰিছিল খুড়াক পঞ্চানন শৰ্মাক ৷
  • হত্যাকাৰী টংকেশ্বৰ শৰ্মাক যাৱদজীৱন কাৰাদণ্ডৰ লগতে, সোতৰ হাজাৰ টকাৰ জৰিমনাৰ শাস্তি বিহে আদালতে ৷

Intro:বায়ুসেনাৰ প্ৰাক্তন বিষয়াক মঙলদৈৰ আদালতত যাৱদজীৱন কাৰাদণ্ড
# খুড়াকক হত্যা, ভতিজাকক গুলী

সীমামূৰীয়া মাটিৰ এজোপা গমাৰী গছৰ বাবে হত্যা। হত্যাকাৰী এজন বায়ুসেনাৰ অৱসৰী বিষয়া। শুনিব আচৰিত যেন লাগিলেও বৃহস্পতিবাৰে মঙলদৈৰ চেচন ন্যায়ধীশ পিপি বৰাৰ আদালতে যাৱদজীৱন কাৰাদণ্ড সহ ১৭ হাজাৰ টকাৰ জৰিমনা বিহে ৭১ বছৰীয়া টংকেশ্বৰ শৰ্মা নামৰ বিষয়াজনক। লক্ষণীয় যে ২০১১ চনৰ ১৪ অক্টোবৰৰ পূৱা ১১-৩০ বজাত টংকেশ্বৰে খুড়াক পঞ্চানন শৰ্মাক নিজৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত পিস্তলেৰে ৰঙামাটি সৰুঠেকেৰাবাৰী গাৱত গুলিয়াই হত্যা কৰিছিল। একেদৰে ভতিজাক সতীশ শৰ্মাক গুলিয়াই আঘাতপ্ৰাপ্ত কৰিছিল। মঙলদৈ থানাৰ ৭৩০/১১ গোচৰটোৰ শুনানি লৈ আজি ৰায়দান কৰে।Body:বায়ুসেনাৰ প্ৰাক্তন বিষয়াক মঙলদৈৰ আদালতত যাৱদজীৱন কাৰাদণ্ড
# খুড়াকক হত্যা, ভতিজাকক গুলী

সীমামূৰীয়া মাটিৰ এজোপা গমাৰী গছৰ বাবে হত্যা। হত্যাকাৰী এজন বায়ুসেনাৰ অৱসৰী বিষয়া। শুনিব আচৰিত যেন লাগিলেও বৃহস্পতিবাৰে মঙলদৈৰ চেচন ন্যায়ধীশ পিপি বৰাৰ আদালতে যাৱদজীৱন কাৰাদণ্ড সহ ১৭ হাজাৰ টকাৰ জৰিমনা বিহে ৭১ বছৰীয়া টংকেশ্বৰ শৰ্মা নামৰ বিষয়াজনক। লক্ষণীয় যে ২০১১ চনৰ ১৪ অক্টোবৰৰ পূৱা ১১-৩০ বজাত টংকেশ্বৰে খুড়াক পঞ্চানন শৰ্মাক নিজৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত পিস্তলেৰে ৰঙামাটি সৰুঠেকেৰাবাৰী গাৱত গুলিয়াই হত্যা কৰিছিল। একেদৰে ভতিজাক সতীশ শৰ্মাক গুলিয়াই আঘাতপ্ৰাপ্ত কৰিছিল। মঙলদৈ থানাৰ ৭৩০/১১ গোচৰটোৰ শুনানি লৈ আজি ৰায়দান কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.