ETV Bharat / jagte-raho

কলগাছিয়াত ৭০ বছৰীয়া ধৰ্ষণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু - আমছু

কলগাছিয়াত ৫ বছৰীয়া কন্যা শিশুক ধর্ষণ ৭০ বছৰীয়া বৃদ্ধৰ । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমছুৰ সহযোগত কলগাছিয়া আৰক্ষী থানাত গোচৰ ৰুজু শিশুটিৰ মাতৃৰ

কলগাছিয়াত ৭০ বছৰীয়া ধৰ্ষণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু
author img

By

Published : May 11, 2019, 5:45 PM IST

জনিয়া, ১১মে: বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মুৱামাৰী গাঁৱত ৭০ বছৰীয়া লম্পট বৃদ্ধৰ কামনাৰ বলি হ'ল ৫ বছৰীয়া এটি শিশু। বৃদ্ধ লম্পটটো মুৱামাৰী গাঁৱৰ ওৱাজেদ আলী । বৃহস্পতিবাৰে দিনৰ প্ৰায় ৩ বজাত ঘৰত কোনো নথকাৰ সুযোগ লৈ শিশুটিয়ে খেলি থকা অৱস্থাতে এই অপকৰ্ম সংঘটিত কৰে লম্পটটোৱে । উল্লেখ্য যে, ঘটনাক লৈ শুকুৰবাৰে নিশা হোৱা সামাজিক মেলত দোষী বুলি স্বীকাৰোক্তি দিয়ে ওৱাজেদ আলীয়ে ।

কলগাছিয়াত ৭০ বছৰীয়া ধৰ্ষণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

কিন্তু সামাজিক মেলৰ বিচাৰত সন্তুষ্ট নোহোৱাত শনিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমছুৰ সহযোগত কলগাছিয়া আৰক্ষী থানাত শিশুটিৰ মাতৃয়ে এক গোচৰ ৰুজু কৰে। লগতে আৰক্ষীয়ে যদি ১২ ঘণ্টাৰ ভিতৰত লম্পট ওৱাজেদ আলীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলিও ভাবুকি দিয়ে ছাত্ৰ মুক্তি আৰু আমছুৰ নেতা সকলে ৷

Intro:slug: as_jania_11may_girl_child_raped_vis3+byt3+pho2_asc10058

জনিয়া, ১১মে: কলগাছিয়াত পুনৰ ৫ বছৰীয়া কন্যা শিশুক ধর্ষণ ৭০ বছৰীয়া বৃদ্ধৰ। কলগাছিয়া আৰক্ষী থানাত গোচৰ ৰুজু।Body:slug: as_jania_11may_girl_child_raped_vis3+byt3+pho2_asc10058

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মুৱামাৰী গাঁওত এক ৭০ বছৰীয়া লম্পট বৃদ্ধৰ কামনাৰ বলি হল ৫ বছৰীয়া কন্যা শিশু। এই বৃদ্ধ লম্পট গৰাকী হৈছে মুৱামাৰী গাঁওৰ ওৱাজেদ আলী। যোৱা বৃহস্পতিবাৰ আনুমানিক দিনৰ ৩ বজাত এই ঘটনা সংঘটিত হয়। কন্যা শিশু গৰাকী ঘৰৰ সন্মুখত খেলি থকা অৱস্থাত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এই অপকৰ্ম কৰে লম্পট গৰাকীয়ে। পিছত কন্দা-কটা কৰাত ঘটনা কাৰো আগত অৱগত নকৰিবলৈ আৰু কন্দা-কটা নকৰিবলৈ কন্যা শিশু গৰাকীক টকাৰ প্ৰলোভন দিয়ে। পিছত শিশু গৰাকী কান্দি থকা দেখা পাই মাতৃয়ে শোধ-পোচ কৰাত আচল ঘটনা পোহৰলৈ আহে। এই ঘটনা লৈ কালি নিশা সামাজিক মেল বহি দোষী সাব্যস্থ্য হোৱা বুলি স্বীকাৰোক্তি দিয়ে ওৱাজেদ আলীয়ে। কিন্তু সামাজিক মেলৰ বিচাৰ সন্তুষ্টি নোহোৱাত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমছুৰ সহযোগত কলগাছিয়া আৰক্ষী থানাত শিশু গৰাকীৰ মাতৃয়ে গোচৰ ৰুজু কৰে। আৰক্ষীয়ে যদি ১২ ঘণ্টাৰ ভিতৰত লম্পট ওৱাজেদ আলীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে আন্দোলনৰ কাৰ্য্যসূচী হাতত লব বুলি ভাবুকি দিয়ে।Conclusion:slug: as_jania_11may_girl_child_raped_vis3+byt3+pho2_asc10058

বাইট: লম্পট ওৱাজেদ আলী, ছাত্ৰ মুক্তি আৰু আমছুৰ নেতাৰ মন্তব্য।

স্বফিকুল হাছান, জনিয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.