ETV Bharat / jagte-raho

বৰঝাৰ বিমানবন্দৰত জব্দ লক্ষাধিক মূল্যৰ বিদেশী চিগাৰেট

author img

By

Published : Aug 12, 2020, 1:51 AM IST

মঙলবাৰে বৰঝাৰ বিমানবন্দৰত জব্দ হয় বহু লক্ষাধিক টকাৰ বিদেশী চিগাৰেট ।

বৰঝাৰ বিমানবন্দৰত জব্দ লক্ষাধিক মূল্যৰ বিদেশী চিগাৰেট
বৰঝাৰ বিমানবন্দৰত জব্দ লক্ষাধিক মূল্যৰ বিদেশী চিগাৰেট

আজাৰা, 12 আগষ্ট : বৰঝাৰ বিমানবন্দৰত শুল্ক বিভাগৰ অভিযানত জব্দ 20 লক্ষাধিক মূল্যৰ বিদেশী চিগাৰেট । অপৰাধীৰ ৰমৰমীয়া ঘাটিত পৰিনত হৈছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । চোৰাং কৰ্মৰ বাবে এতিয়া সুলভ হৈ পৰিছে বৰঝাৰ বিমানবন্দৰ । মঙলবাৰে বৰঝাৰ বিমানবন্দৰত জব্দ হয় বহু লক্ষ্যধিক টকাৰ বিদেশী চিগাৰেট ।

I5-0784 এয়াৰ এছিয়া বিমানেৰে প্ৰায় ৯৫০টা পেকেট ইম্ফলৰ পৰা দিল্লীলৈ নিবলৈ যোজা কৰোতেই বিমান বন্দৰৰ শুল্ক বিভাগৰ তালাচীত জব্দ হয় বৃহৎ পৰিমানৰ অবৈধ চিগাৰেট । ঘটনা সন্দৰ্ভত শুল্ক বিভাগে অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে । জব্দকৃত চিগাৰেটখিনিৰ বজাৰ মূল্য ২০ লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে,ইয়াৰ পূৰ্বেও বৰঝাৰ বিমানবন্দৰত জব্দ হৈছিল বহু অবৈধ সামগ্ৰী ।

লগতে পঢ়ক : দক্ষিণ শালমাৰাত বৃহৎ পৰিমাণৰ চোৰাং গৰু জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.