ETV Bharat / jagte-raho

হাইলাকান্দিত ডকমকা কাণ্ডৰ পুনৰাবৃত্তিঃ সোপাধৰাৰ সন্দেহত যুৱকক প্ৰহাৰ, জ্বলাই দিলে গাড়ী

হাইলাকান্দিত উত্তপ্ত পৰিস্থিতি ৷ সোপাধৰাৰ সন্দেহত যুৱকক মাৰধৰ কৰিলে একাংশ উন্মত্ত লোকে ৷ ঘটনাত গুৰুতৰ ভাবে আহত হয় হাইলাকান্দি সদৰ থানাৰ অ'চি হেমন্ত কুমাৰ নাথ, ছেকেণ্ড অফিচাৰ অশোক চক্ৰৱৰ্তী ৷

author img

By

Published : Oct 11, 2019, 10:42 PM IST

জলাই দিয়া গাড়ী

হাইলাকান্দি,11অক্টোবৰঃ হাইলাকান্দিত ডকমকা কাণ্ডৰ পুনৰাবৃত্তি । অপহৰণকাৰি সন্দেহত যুৱকৰ ওপৰত উন্মত্ত মৰেল পুলিচে চলালে অত্যাচাৰ । লগতে জ্বল‍াই দিলে এখন ইন'ভা বাহন। ঘটন‍াত গুৰতৰভাৱে আহত হয় জমিৰ হুচেইন নামৰ ব্যাটেলিয়ান জোৱান সহ আন 3 জন যুৱক । ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে এই চাৰি গৰাকী আহত যুৱকক। হাইলাকান্দিৰ নিতাই নগৰত সংঘটিত হৈছে এই ঘটনা । লগতে এই ঘটনাত গুৰুতৰ ভাবে আহত হয় হাইলাকান্দি সদৰ থানাৰ অ'চি হেমন্ত কুমাৰ নাথ, ছেকেণ্ড অফিচাৰ অশোক চক্ৰৱৰ্তী ৷ দুয়োজনক উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ।

হাইলাকান্দিত সোপাধৰাৰ সন্দেহত যুৱকক মাৰধৰ

উন্মত্ত লোকে ইনোভা বাহনখন ক্ষতি কৰাৰ দৃশ্য

একাংশ লোকে জলাই দিয়া গাড়ীখন

Intro:Slug:-হাইলাকান্দি সুপাধৰা সন্দেহত মাৰধৰ যুবকৰ।জলাই দিলে গাড়ী
Body:
O/C:-হাইলাকান্দিত ডকমকা কাণ্ডৰ পুনৰাবৃত্তি। অপহৰণকাৰি সন্দেহত যুবকৰ উপৰ উন্মত্ত মৰেল পুলিচৰ অত্য‍চাৰ। লগতে জ্বল‍াই দিলে এখন ইনোভা বাহন। ঘটন‍াত গুৰতত আহত জমিৰ হুচেইন নামৰ ব্যাটেলিয়ান জোৱান সহ আন তিন যুবক। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে এই চাৰি গৰাকী যুবকক। হাইলাকান্দি জিলাৰ নিতাইনগৰ গাওঁত সংঘঠিত হৈছে এই ঘটনা। গুৰুতৰ ভাবে জখম হৈছে হাইলাকান্দি সদৰ থানাৰ OC হেমন্ত কুমাৰ নাথ, second officer অশোক চক্ৰৱৰ্তী দুনো জনক শিলচৰ মেডিকেল কলেজত পঠোৱা হৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.