ETV Bharat / jagte-raho

গোলাঘাটত নিজ বৌৱেকক হত্যাৰ চেষ্টা দেওৰেকৰ - প্ৰমিলা শইকীয়া

স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ অতি সংকটজনক অৱস্থাত মহিলা গৰাকীক উদ্ধাৰ কৰি নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

গোলাঘাটত নিজ বৌৱেকক হত্যাৰ চেষ্টা দেওৰেকৰ
author img

By

Published : Apr 29, 2019, 6:57 PM IST

গোলাঘাট, 29 এপ্ৰিলঃ গোলাঘাট নুমলীগড়ত লোমহৰ্ষক কাণ্ড। ঘৰৰ ভিতৰতে নিজ বৌৱেকক ডিঙি কাটি হত্যাৰ চেষ্টা দেওৰেকৰ । ঘৰত কোনো নথকাৰ সুযোগত তেলগৰম অঞ্চলৰ চাউৰা বস্তিত প্ৰমিলা শইকীয়া নামৰ এগৰাকী মহিলাক নিৰ্মমভাৱে ডিঙি কাটি ঘৰৰ ভিতৰত পেলায় থৈ যায় ডাইনা শইকীয়া নামৰ লোকজনে । স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত অতি সংকটজনক অৱস্থাত মহিলা গৰাকীক উদ্ধাৰ কৰি নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

গোলাঘাটত নিজ বৌৱেকক হত্যাৰ চেষ্টা দেওৰেকৰ

আৰু পঢ়কঃ পৰিৱৰ্তনগামী চৰকাৰৰ দিনত অপৰিৱৰ্তিত বাট পথৰ অৱস্থা

বৰ্তমান চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে মহিলা গৰাকীয়ে ৷ ইফালে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে অভিযুক্ত ডাইনা শইকীয়াই । পৈত্ৰিক সম্পত্তিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । ঘটনা সন্দৰ্ভত নুমলীগড় আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

Intro:গোলাঘাট নুমলীগড় ত জঘন্য ঘটনা । নিজ দেওৰেকে নিৰ্মম ভাৱে ডিঙি কাটি হত্যাৰ চেষ্টা চলালে নিজ বৌৱেকক ।

Body:গোলাঘাট নুমলীগড় ত লোমহৰ্ষক কাণ্ড। ঘৰৰ ভিতৰতে নিজ বৌৱেকক ডিঙি কাটি হত্যাৰ চেষ্টা দেওৰেকৰ । তেলগৰম অঞ্চলৰ চাউৰা বস্তি ত ঘৰত কোনো নথকা সুযোগত প্ৰমিলা শইকীয়া নামৰ এগৰাকী মহিলাক নিৰ্মম ভাৱে ডিঙি কাটি ঘৰৰ ভিতৰত পেলায় থৈ যায় ডাইনা শইকীয়া নামৰ এটা নৰপিশাচে ।। সমন্ধত প্ৰমিলা শইকীয়া আৰু ডাইনা শইকীয়া বৌৱেক আৰু দেওৰেক । স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত অতি শংকটজনক অৱস্থাত মহিলা গৰাকীক উদ্ধাৰ কৰি নুমলীগড় শোধনাগাৰ ৰ বিবেকানন্দ চিকিৎসা লয়লৈ প্ৰেৰণ কৰে । বৰ্তমান মহিলা গৰাকী চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে । ইফালে ঘটনা সংঘটিত কৰি পলায়ন কৰে লম্ফত ডাইনা শইকীয়া । পৈত্ৰিক সম্পত্তি ৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে । ঘটনাস্থলীৰ পৰা আৰক্ষীৰ য়ে ঘটনাটোত ব্যৱহাৰ কৰা দুখন দা উদ্ধাৰ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে ।Conclusion:byte 1 : 2 : স্থানীয় বাসিন্দা
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , ETV BHARAT, অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.