ETV Bharat / jagte-raho

কৰিমগঞ্জত উদ্ধাৰ ক্ষত-বিক্ষত মৃতদেহ

author img

By

Published : Oct 28, 2020, 11:06 AM IST

কৰিমগঞ্জত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা ৷ জিলাখনৰ নিলামবাজাৰ আৰক্ষী থানাৰ অন্তৰ্গত লামাবাহাদুৰপুৰ গাঁৱত পুৱাই উদ্ধাৰ হয় এগৰাকী লোকৰ ক্ষত বিক্ষত মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো কুবাদ উদ্দিন নামৰ এজন যুৱকৰ বুলি চিনাক্ত ।

কৰিমগঞ্জত উদ্ধাৰ ক্ষত-বিক্ষত মৃতদেহ
কৰিমগঞ্জত উদ্ধাৰ ক্ষত-বিক্ষত মৃতদেহ

কৰিমগঞ্জ, 28 অক্টোবৰঃ কৰিমগঞ্জত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা ৷ জিলাখনৰ নিলামবাজাৰ আৰক্ষী থানাৰ অন্তৰ্গত লামাবাহাদুৰপুৰ গাঁৱত পুৱাই উদ্ধাৰ হয় এগৰাকী লোকক ক্ষত বিক্ষত মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো কুবাদ উদ্দিন নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে ।

কৰিমগঞ্জত উদ্ধাৰ ক্ষত-বিক্ষত মৃতদেহ
কৰিমগঞ্জত উদ্ধাৰ ক্ষত-বিক্ষত মৃতদেহ

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে ঘটনাৰ প্ৰাথমিক তদন্ত ৷ কিন্তু এইপৰ্যন্ত ঘটনাত জড়িত কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত অব্যাহত মিজোৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.