ETV Bharat / jagte-raho

মহানগৰীত বন্দুকধাৰী ডকাইতৰ তাণ্ডৱ - গুৱাহাটী ডকাইতি

পৰিয়ালটোৰ হাত-ভৰি বান্ধি ডকাইতৰ দলে লুটি লৈ যায় নগদ ৩ লাখ টকাসহ সোণ-ৰূপৰ অলংকাৰ।

etv bharat
author img

By

Published : Mar 2, 2019, 11:32 AM IST

মহানগৰীত নিশা ডকাইতিৰ ঘটনা। বৃদ্ধ দম্পতিৰ হাত-ভৰি বান্ধি ডকাইতৰ দলে লুটি লৈ গ'ল ৩ লাখকৈ টকা। এই ঘটনা সংঘটিত হৈছে বশিষ্ঠৰ গণেশনগৰত। অসম চৰকাৰৰ হস্ত তাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ অতিৰিক্ত সচিব কনক সেন ডেকাৰ বাসগৃহত নিশা সংঘটিত হয় ডকাইতিৰ ঘটনাটো।

daccoit

নিশা প্ৰায় ১.৩০ বজাত অস্ত্ৰধাৰী যুৱকৰ দল এটাই বলপূৰ্বকভাৱে প্ৰৱেশ কৰে কনক সেন ডেকাৰ বাসগৃহত। তাৰপাচতেই পৰিয়ালটোৰ হাত-ভৰি বান্ধি দলটোৱে লুটি লৈ যায় নগদ ৩ লাখ টকাসহ সোণ-ৰূপৰ অলংকাৰ। ঘটনাৰ পাচতেই ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ ডকাইতৰ দলটোৰ অনুসন্ধান অব্যাহত ৰাখিছে।

A_GHY_801_02MARCH_DOKAITI_GHATANA_VISUAL_BYTE_ASRAR

 মহানগৰীৰ বশিষ্ঠৰ গণেশনগৰত নিশা চঞ্চল্যকৰ ঘটনা ।  বৃদ্ধ মহিলাক হাতে ভৰি বান্ধি অত্যাচাৰ চলাই এটা যুৱকৰ দলে । লুটি নিলে প্ৰায় নগদ ৫ লাখ টকা আৰু অধিক পৰিমাণৰ সোণৰ আ-অলংকাৰ । অসম চৰকাৰৰ হস্ত তাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ অতিৰিক্ত সচিব কনক সেনডেকাৰ বাসগৃহত সংঘটিত হৈছে এই ঘটনা । গণেশনগৰ স্থিত ঘৰ নং 82 ত  নিশা প্ৰায় ১.৩০ মান বজাত অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত এটা ডকাইতৰ ডল প্ৰৱেশ কৰে অতিৰিক্ত সচিব কনক সেনডেকাৰ বাসগৃহত । লগে লগে সচিব কনক সেনডেকা আৰু তেখেতৰ পৰিয়ালৰ লোকক হাতে ভৰি বান্ধি লুত পাত চলাই ৫/৬ জনীয়া ডকাইতৰ দলটোৱে । লুটি লৈ যায় প্ৰায় বুজন পৰিমাণৰ নগদ ধন আৰু সোণৰ আ-অলংকাৰ । ডকাইতৰ দলটোৱে প্ৰায় দুই ঘণ্টা ধৰি অভিযান চলাই ডেকাৰ বাস গৃহত। লগে লগে হাত ভৰি বান্ধি পিষ্টল দেগাৰ দেখুৱাই ভাবুকি প্ৰদান কৰে ডেকাৰ লগতে তেওঁৰ পৰিয়ালক । নিশাৰ ঘটনাটোকলৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চঞ্চল্য । 

Byte

Visual at Ftp

Asrar Ansari 
 Guwahati 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.