বকো,20 এপ্ৰিল: লক ডাউনৰ মাজতে দেওবাৰে নিশা বকোৰ বিজেপি কাৰ্যালয়ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। কাৰ্যালয়ৰ দুৱাৰৰ তলা ভাঙি চোৰে চুৰি কৰিলে দৰিদ্ৰক বিতৰণৰ বাবে মজুত ৰখা খাদ্য সামগ্ৰী । প্ৰায় ২০০টা খাদ্যৰ টোপোলা চুৰি কৰাৰ লগতে কাৰ্যালয়ত থকা গেছ চিলিণ্ডাৰ এটাও চুৰি কৰে।
ইয়াৰোপৰি,বিজেপি কাৰ্যালয়টোৰ সমীপৰ এখন প্ৰেছৰ দোকানত সোমাই কম্পিউটাৰ,ইনভাৰ্টাৰ,প্ৰিণ্টিং মেচিনো লুটি নিয়ে চোৰে ৷
লগতে পঢ়ক : পুনৰ আৰম্ভ ৰহা টোল প্লাজাত কৰ সংগ্ৰহ