ETV Bharat / jagte-raho

ভূতনাথ শ্মশানত চাঞ্চল্যকৰ হত্যাকাণ্ড

যোৱা ৯ জুলাইৰ পৰা সন্ধানহীন হৈ থকা যোৰহাটৰ অসীম বৰুৱা নামৰ যুৱক জনক ভূতনাথ শ্মশানৰ চণ্ডালে হত্যা কৰি পেলাই দিছিল ব্ৰহ্মপুত্ৰত

author img

By

Published : Jul 20, 2019, 5:28 PM IST

ভূতনাথ শ্মশানত চাঞ্চল্যকৰ হত্যাকাণ্ড

যোৰহাট, 20 জিলাইঃ মহানগৰীৰ ভূতনাথ শ্মশানত চাঞ্চল্যকৰ হত্যাকাণ্ড । হত্যাকাণ্ডত জড়িত দুজনকৈ চণ্ডাল । যোৰহাটৰ অসীম বৰুৱা নামৰ যুৱকজনক শ্মশানখনৰ দুজন চণ্ডাল ক্ৰমে ভগীৰথ সৰকাৰ আৰু নৱ দাসে হত্যা কৰি পেলাই দিছিল ব্ৰহ্মপুত্ৰত ।

অসীমৰ হত্যাকাণ্ডৰ লগত তৃতীয় পক্ষ জড়িত আছে।।আত্মীয়ৰ দাবী উচিত শাস্তি প্ৰদান কৰক কালপিতক।

যোৰহাটৰ নাজিৰ আলিৰ অসীমৰ ঘৰত নিমাওমাও পৰিবেশ।শোকাকুল পৰিবেশ বিৰাজ কৰিছে অসীমৰ আপুন ঘৰ খনত।
যোৰহাটৰ অসীমক চন্ডালে ব্ৰহ্মপুত্ৰ লৈ গতিয়াই হত্যা কৰা নাই ইয়াত জড়িত আছে তৃতীয় পক্ষ কোনো লোক।হত্যাকাৰী চন্ডাল ভগীৰথ সৰকাৰ, নৱ দাসক গ্ৰেপ্তাৰ কৰিছে যদিও পৰিয়ালৰ আত্মীয় মতে মানৱ অংগৰ কোনো প্ৰভাৱশালী দল জড়িত আছে এই ঘটনাত।আৰক্ষী ক ভুল পথে নিয়াৰ চেষ্টা হে কৰিছে হত্যাকাৰীয়ে।উল্লেখযোগ্য যে যোৱা ৯ জুলাইৰ নিশাৰে পৰা নিৰুদেশ হৈ থকা যোৰহাটৰ নাজিৰ আলিৰ অসীম দাসৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.