ETV Bharat / jagte-raho

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ বটদ্ৰৱাত ভণ্ড পীৰৰ বিৰুদ্ধে এজাহাৰ দাখিল - আমলখি ভেটিবাৰী এম ই মাদ্ৰাছা বিদ্যালয়

যোৱা ২৮ অক্টোবৰত ই টি ভি ভাৰতত সম্প্ৰচাৰিত হৈছিল বটদ্ৰৱাৰ আমলখি গাঁৱৰ ভণ্ড পীৰ ৰুপী এজন চৰকাৰী বিদ্যালয়ৰ শিক্ষকে ইছলাম ধৰ্মৰ নামত কৰা ভণ্ডামিৰ বাতৰি ৷ ইয়াৰ পিচতে বটদ্ৰৱাত ভণ্ড পীৰ ৰুপী চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল। বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া ।

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ
author img

By

Published : Nov 2, 2019, 1:22 PM IST

বটদ্ৰৱা, 2 নৱেম্বৰঃ এইজন ভণ্ড পীৰ হৈছে আমলখি ভেটিবাৰী এম ই মাদ্ৰাছা বিদ্যালয়আকাশ আলী ৷ এই বিষয় শিক্ষকজনে কিন্তু ছাত্ৰ-ছাত্ৰীক পাঠদান নিদি ব্যস্ত থাকে অশ্লীল নৃত্যত ৷ বটদ্ৰৱাৰ আমলখী গাঁৱৰ এইজন শিক্ষকৰ এনে কৰ্মকাণ্ডৰ বাতৰি এক মাত্ৰ ই টিভি ভাৰতত সম্প্ৰচাৰিত হোৱাৰ পিছতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লগতে শুকুৰবাৰে অনুষ্ঠিত হয় এখন ৰাইজ মেল । ইছলাম ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় আইন অগ্যবিদ (মুফতি)ৰ মন্তব্য যে এই ভণ্ড শিক্ষক অৰ্থাৎ পীৰ জনে ইছলাম ধৰ্মক বিপথে পৰিচালিত কৰিছে ।

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

লগতে পঢ়কঃহোজাইত একেটা পৰিয়ালৰে তিনিজনৰ আত্মহত্যা

Intro:ই টি ভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ । বটদ্ৰৱাত ভন্ড পীৰ ৰুপী চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল । বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া ।Body:ই টি ভি ভাৰতত সম্প্রচাৰিত এটা বাতৰি আৰু তাৰ পিছতেই তৎপৰ বৌদ্ধিক মহল । যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সমগ্ৰ বটদ্ৰৱাৰ আমলখি গাৱত । যোৱা ২৮ অক্টোবৰত ই টি ভি ভাৰতত সম্প্রচাৰিত হৈছিল
বটদ্ৰৱাৰ আমলখি গাৱঁৰ ভন্ড পীৰ ৰুপী এজন চৰকাৰী বিদ্যালয়ৰ শিক্ষকে ইছলাম ধৰ্মৰ নামত কৰা ভণ্ডামি ৷যি জন শিক্ষকে শিষ্যত্ব দিয়ে কেৱল পুৰুষক নহয় মহিলাকো৷চাওঁক কেনেকৈ এজাক পুৰুষ মহিলা শিষ্যৰ লগত কেনেদৰে অশ্লীল নৃত্য কৰিছে পীৰ জনে৷এইজন ভন্ড পীৰ হৈছে আমলখি ভেটিবাৰী এম ই মাদ্রাছা বিদ্যালয়ৰ আকাশ আলী৷ এই বিষয় শিক্ষক গৰাকীয়ে অৱসৰ লবলৈ মাত্ৰ তিনিটা বছৰহে আছে ৷ কিন্তু ছাত্ৰ ছাত্ৰীক পাঠদান নিদি ব্যস্ত থাকে আশ্লীল নৃত্যত৷বটদ্ৰৱাৰ আমলখী গাঁৱৰ এইজন শিক্ষকৰ এনে কৰ্মকাণ্ডৰ বাতৰি এক মাত্ৰ ই টি ভি ভাৰতত সম্প্রচাৰিত হোৱাৰ পিছতে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া । আৰু অনুষ্ঠিত হয় ৰাইজ মেল । ইছলাম ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় আইন অগ্যবিদ (মুফতি)ৰ মন্তব্য ভণ্ড শিক্ষক অৰ্থাৎ পীৰ জনে ইছলাম ধৰ্মৰক বিপথে পৰিচালিত কৰিছে । ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্রত পীৰ ৰুপী শিক্ষক গৰাকীয়ে দিছে কুসংস্কাৰ । ইছলামে এই ভণ্ডামি নাচ গান কৰা পীৰ জনৰ বিৰুদ্ধে পৰবৰ্তী সময়ত ব্যৱস্থা গ্রহণ কৰিব । ইফালে ই টি ভি ভাৰতৰ বাতৰিৰ পিছতেই অসম মজুৰি শ্ৰমিক ইউনিয়নৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক নজমুল হকে ভণ্ড পীৰ জনৰ বিৰুদ্ধে বটদ্ৰৱা থানাত দাখিল কৰিছে এজাহাৰ । উল্লেখ্য যে যি সময়ত শিক্ষক জন যাব লাগিছিল মক্কাত হজ কৰিবলৈ ৷সেইময়ত এম ই স্কুলৰ এই শিক্ষকজনে এনেদৰে ভন্ড পীৰৰ ৰুপলৈ গাৱঁৰ অশিক্ষিত পুৰুষ মহিলাক মূৰ্খ সজাই শিষ্যত্ব দি বিপথে পৰিচালিত কৰা কাৰ্যক সহজভাৱে লব পৰা নাই বটদ্ৰৱাৰ আমলখি গাওঁবাসীয়ে ৷_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.