ETV Bharat / jagte-raho

জনীয়া উপ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বৰপেটাত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ

author img

By

Published : Oct 9, 2019, 11:42 PM IST

বৰপেটাত জনীয়া উপ নিৰ্বাচনৰ দায়িত্বত থকা এছ এছ টিয়ে জব্দ কৰিলে বৃহৎ পৰিমানৰ বিলাতী সুৰা ৷ বৰপেটা-মন্দিয়া পথৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ভাতকুছিত এখন নম্বৰপ্লেট বিহীন ব'লেৰ' গাড়ীৰ পৰা জব্দ হয় সুৰাসমূহ ৷ জনীয়া উপ নিৰ্বাচনৰ দায়িত্বত থকা ষ্টেটিকচ্ চাৰভিলেঞ্চ টীমে জব্দ কৰে সুৰাসমূহ ৷

বৰপেটাত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ

বৰপেটা, ৯ অক্টোবৰঃ বৰপেটাত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ ৷ বৰপেটা-মন্দিয়া পথৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ভাতকুছিত এখন নম্বৰপ্লেট বিহীন ব'লেৰ' গাড়ীৰ পৰা জব্দ হয় সুৰাসমূহ ৷ জনীয়া উপ নিৰ্বাচনৰ দায়িত্বত থকা ষ্টেটিকচ্ চাৰভিলেঞ্চ টীমে জব্দ কৰে সুৰাসমূহ ৷ পিচত জব্দ কৰা ব'লেৰ' গাড়ীসহ সুৰাসমূহ বৰপেটা আৰক্ষীক চমজাই দিয়ে এছ এছ টিৰ দায়িত্ববাহী বিষয়া হেমেন দাসে ৷ আৰক্ষীয়ে সুৰা সৰবৰাহৰ সৈতে জড়িতৰ অপৰাধত এগৰাকী মহিলাসহ এজন যুৱক আৰু চালকজনক সোধপোছৰ বাবে আটক কৰে ৷ ইপিনে বলেৰ'খনৰ চালকজনে জব্দকৃত সুৰা সমূহ বৰপেটাৰোডৰ শিমলাগুৰিৰপৰা কঢ়িয়াই অনা বুলি মন্তব্য কৰে৷

Intro:
বৰপেটা, ৯ অক্টোবৰঃ বৰপেটাত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ ৷ বৰপেটা-মন্দিয়া পথৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ভাতকুছিত এখন নম্বৰপ্লেট বিহীন ব'লেৰ' গাড়ীৰ পৰা জব্দ সুৰাসমুহ ৷ জনীয়া উপ নিৰ্বাচনৰ দায়িত্বত থকা এছ এছ টি ( ষ্টেটিকচ্ চাৰভিলেঞ্চ টীম)য়ে জব্দ কৰে সুৰাসমুহ ৷ Body:পিচত জব্দ কৰা ব'লেৰ' গাড়ীসহ সুৰাসমুহ বৰপেটা আৰক্ষীক চমজাই দিয়ে এছ এছ টিৰ দায়িত্ববাহী বিষয়া হেমেন দাসে ৷ আৰক্ষীয়ে সুৰা সৰবৰাহৰ সৈতে জৰিতৰ অপৰাধত এগৰাকী মহিলাসহ এজন যুৱক আৰু চালকজনক সোধপোছৰ বাবে আটক কৰিছে ৷ বলেৰ'খনৰ চালকজনে জনোৱামতে, বৰপেটাৰোডৰ শিমলাগুৰিৰপৰা কঢ়িয়াই আনিছিল বিলাতী সুৰাসমুহ ৷ বৰপেটাৰোডৰ পৰা বাঘবৰৰ মিলিজুলি বজাৰলৈ নি থকা অৱস্থাত এছএছটিয়ে অভিযান চলাই জব্দ কৰে সুৰাসহ ব'লেৰ' গাড়ীখন ৷

Conclusion:বাইটঃ বলেৰোৰ চালকজন ৷
বাইটঃ এছএছটিৰ দায়িত্বত থকা বিষয়া ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.