গুৱাহাটী,4আগষ্টঃ
- মহানগৰীৰ আদাবাৰী তিনিআলিত মৃতদেহ উদ্ধাৰ
- অঞ্চলটোৰ জাৱৰৰ দ'ম এটাত উদ্ধাৰ হয় মৃতদেহটো
- এগৰাকী মহিলাই প্ৰথমে প্ৰত্যক্ষ কৰে মৃতদেহটোআদাবাৰীত জাৱৰৰ দমত মৃতদেহ উদ্ধাৰ
- উদ্ধাৰ হোৱা মৃতদেহটো পুৰুষৰ বুলি চিনাক্ত
- অৱশ্যে বৰ্তমানেও পৰিচয় জানিব পৰা হোৱা নাই মৃত লোকজনৰ
- কোনোৱে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে
- ইফালে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো
- আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য