- ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী পদত নিৰ্বাচিত হ’ল লিজ ট্ৰাছ
- ঋষি চুনাকক পৰাজিত কৰি ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ট্ৰাছ
- জুলাইত বৰিছ জনছনৰ পদত্যাগৰ পিছৰে পৰাই প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰাক্তন বিত্ত মন্ত্ৰী ঋষি চুনাক আৰু লিজ ট্ৰাছৰ নাম মনোনীত কৰা হৈছিল
- লীজে লাভ কৰে ৮১,৩২৬ টা ভোট
- ঋষি চুনাকে ৬০,৩৯৯ টা ভোটত পৰাস্ত হয়
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত লিজ ট্ৰাছ - Liz Truss succeeds Boris Johnson as new British Prime Minister
ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী পদত নিৰ্বাচিত হ’ল লিজ ট্ৰাছ ৷ ঋষি চুনাকক পৰাজিত কৰি ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ট্ৰাছ (Liz Truss succeeds Boris Johnson as new British Prime Minister)৷
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত লিজ ট্ৰাছ