ETV Bharat / international

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে গুলীবিদ্ধ - Japan Ex Prime Minister Shinzo Abe

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে মঞ্চত ভাষণ দিয়াৰ সময়তে বন্দুকৰ গুলীৰ দৰে এটা শব্দ শুনা গৈছিল আৰু ইয়াৰ পাছতেই তেওঁ মঞ্চতে প্ৰচুৰ ৰক্তক্ষৰণ হৈ বাগৰি পৰে ৷ তেওঁক লগে লগে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

Japan EX Prime Minister Shinzo Abe shot in Nara
জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে গুলিবিদ্ধ
author img

By

Published : Jul 8, 2022, 9:10 AM IST

ইন্টাৰনেচনেল ডেস্ক,8 জুলাই: জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে শুকুৰবাৰে অচিনাক্ত বন্দুকধাৰীৰ গুলিত আহত আহত হয়(Japan EX-Prime Minister Shinzo Abe shot in Nara) ৷ পশ্চিম জাপানৰ নাৰা চহৰত ভাষণ দিয়াৰ সময়ত গুলীবিদ্ধ হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ৷ তেওঁক লগে লগে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

নেতাগৰাকীয়ে মঞ্চত ভাষণ দিয়াৰ সময়তে বন্দুকৰ গুলীৰ দৰে এটা শব্দ শুনা গৈছিল আৰু ইয়াৰ পাছতেই বুকুত গুলী লগাৰ বাবে তেওঁ মঞ্চতে প্ৰচুৰ ৰক্তক্ষৰণ হৈ বাগৰি পৰে ৷ নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এজন সন্দেহজনক ব্যক্তিক আটক কৰিছে ৷

লগতে পঢ়ক : ইন্ধন আমদানিৰ বাবে ঋণ বিচাৰি পুটিনলৈ ফোন শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়াৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.