- ইজিপ্তৰ উত্তৰ-পূবৰ ছুৱেজ গভৰ্ণৰেটত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা
- দুৰ্ঘটনাটোত 5 জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় 50 জন লোক (5 killed and 50 injured in bus accident)
- শুকুৰবাৰে সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনাটো (Bus accident in Egypt)
- আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি
- এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই ৰে’লৱে ক্ৰছিঙত এখন ৰে’লত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো
Bus accident in Egypt: ইজিপ্তত শোকাৱহ পথ দুৰ্ঘটনাত 5 জন লোকৰ মৃত্যু - মিনি বাছ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা
ইজিপ্তৰ উত্তৰ-পূবৰ ছুৱেজ গভৰ্ণৰেটত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা (Road accident in Egypt Cairo) ৷ এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই ফাক’ছ চহৰস্থিত ৰে’লৱে ক্ৰছিঙত এখন ৰে’লত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো (Bus accident in Egypt) ৷ দুৰ্ঘটনাটোত 5 জন লোকৰ মৃত্যু হোৱাৰ লগতে 50 জন আহত হৈছে (5 killed and 50 injured in bus accident) ৷
ইজিপ্তত শোকাৱহ পথ দুৰ্ঘটনাত 5 জন লোকৰ মৃত্যু
- ইজিপ্তৰ উত্তৰ-পূবৰ ছুৱেজ গভৰ্ণৰেটত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা
- দুৰ্ঘটনাটোত 5 জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় 50 জন লোক (5 killed and 50 injured in bus accident)
- শুকুৰবাৰে সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনাটো (Bus accident in Egypt)
- আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি
- এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই ৰে’লৱে ক্ৰছিঙত এখন ৰে’লত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো
Last Updated : Sep 3, 2022, 9:05 AM IST