ETV Bharat / international

চেন্নাইত জৰুৰীকালীন ভাৱে অৱতৰণ স্কুট এয়াৰৱেজৰ এখন বিমান

বিমানখনৰ পাইলট গৰাকীয়ে বিমানখনত ধুঁৱা উলোৱাৰ সম্ভেদ লাভ কৰাৰ পিচতে জৰুৰীকালীন ভাৱে অৱতৰণ কৰে চেন্নাইৰ বিমান বন্দৰত ৷

চেন্নাইত জৰুৰীকালিন ভাৱে অৱতৰণ স্কুট এয়াৰৱেজৰ
author img

By

Published : May 20, 2019, 11:44 AM IST

নিউজ ডেস্ক , 20 মে': সোমবাৰে পুৱতি নিশা চিংগাপুৰ অভিমুখী এখন বিমান জৰুৰীকালীন ভাৱে চেন্নাইৰ বিমান বন্দৰত অৱতৰণ কৰে ৷ উৰা জাহাজখনৰ পাইলট গৰাকীয়ে জাহাজখনত ধুঁৱা উলোৱাৰ সম্ভেদ পোৱাৰ পিচতে জাহাজখন জৰুৰীকালীন ভাৱে অৱতৰণ কৰে ৷

জানিব পৰা মতে ট্ৰিচিৰ পৰা চিংগাপুৰ অভিমুখে TR-567 নম্বৰ স্কুট-উৰা জাহাজখন সোমবাৰে পুৱা 3.40 বজাত জৰুৰীকালীনভাৱে চেন্নাইৰ বিমান বন্দৰত অৱতৰণ কৰে ৷ উৰা জাহাজখনৰ পাইলট গৰাকীয়ে জৰুৰীকালীন অৱতৰণৰ বাবে অনুৰোধ কৰাত এ.টি.চিয়ে অনুমতি দিয়াৰ পাচত পাইলট গৰাকীয়ে জাহাজখন অৱতৰণ কৰে ৷ উল্লেখ্য যে উৰা জাহাজখনত 161 জন যাত্ৰীৰ লগতে জাহাজখনৰ কেবাজনো বিমানকৰ্মী উপস্থিত আছিল ৷ বৰ্তমান সকলো যাত্ৰী সুৰক্ষিত বুলি জানিব পৰা গৈছে ৷ সকলো পৰীক্ষণৰ পিচত বিমানখন বিয়লি পুনৰ চিংগাপুৰলৈ উৰা মাৰিব ৷

Scoot Airways flight makes an emergency landing at Chennai 

নিউজ ডেস্ক , 20 মে': সোমবাৰে পুৱতি নিশা চিংগাপ'ৰ অভিমুখি এখন উৰা জাহাজে জৰুৰীকালিন ভাৱে চেন্নাইৰ বিমান বন্দৰত অৱতৰণ কৰে ৷ উৰা জাহাজখনৰ পাইলট গৰাকীয়ে জাহাজখনত ধুঁৱা উলোৱা সম্ভেদ পাই জাহাজখন জৰুৰীকালিন ভাৱে অৱতৰণ কৰে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.