ETV Bharat / international

কোন আছিল ‘Blue eyed boy’ হামজা বিন লাডেন !

বাল্য কালৰ পৰায়ে সন্ত্ৰাসবাদৰ লগত জড়িত থকা হামজা সন্ত্ৰাসবাদৰ ক্ষেত্ৰখনৰ ‘Blue eyed boy’ হিচাপে পৰিচিত হৈ আহিছে ৷ চৌদি আৰবৰ জেদ্দাত জন্মগ্ৰহন কৰিছিল হামজয়ে ৷ ওচামা আৰু খায়ৰিয়াহ চাবৰৰ পুত্ৰ আছিল হামজা ৷ হামজাৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 30 বছৰ ৷

author img

By

Published : Sep 15, 2019, 4:48 PM IST

কোন আছিল হামজা বিন লাডেন

ইণ্টাৰনেশ্বনেল ডেস্ক, 15 চেপ্তেম্বৰঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে হামজা বিন লাডেনৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰে ৷ অল-কায়দাৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হৈছিল হামজাক ৷ আফগানিস্তান-পাকিস্তান অঞ্চলত হোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানত মৃত্যু হৈছে হামজাৰ ৷ হোৱাইট্ হাউছৰ পৰা প্ৰকাশিত তথ্য অনুসৰি হামজাৰ মৃত্যুৱে আল-কায়দাক নেতৃত্ববিহীন কৰি তুলিব ৷
বাল্যকালৰ পৰায়ে সন্ত্ৰাসবাদৰ লগত জড়িত থকা হামজা সন্ত্ৰাসবাদৰ ক্ষেত্ৰখনৰ ‘Blue eyed boy’ হিচাপে পৰিচিত হৈ আহিছিল ৷ চৌদি আৰবৰ জেদ্দাত জন্মগ্ৰহন কৰিছিল হামজায়ে ৷ ওচামা আৰু খায়ৰিয়াহ চাবৰৰ পুত্ৰ আছিল হামজা ৷ হামজাৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 30 বছৰ ৷

KNOW ALL ABOUT HAMZA BIN LADEN
কোন আছিল হামজা বিন লাডেন
কোন আছিল হামজা বিন লাডেন?
  • ওচামা বিন লাডেনৰ 20 টা সন্তানৰ 15 নম্বৰৰ সন্তান আছিল হামজা
  • ওচামাৰ তৃতীয় পত্নী খায়ৰিয়াহ চাবৰৰ পুত্ৰ আছিল হামজা
  • 2019 চনৰ ফেব্ৰুৱাৰী মাহত মাৰ্কিন যুক্তৰাষ্ট্ৰই হামজাৰ মূৰৰ মূল্য 1 মিলিয়ন ডলাৰ ধাৰ্য কৰিছিল
  • 2017ত হামজাক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সন্ত্ৰাসবাদীৰ ব্লেকলিষ্টত অন্তৰ্ভুক্ত কৰা হৈছিল
  • যোৱা আগষ্ট মাহত হামজাৰ মৃত্যু হোৱা বুলি মাৰ্কিন যুক্তৰাষ্ট্ৰয়ে ঘোষণা কৰিছিল যদিও তথ্য প্ৰমাণ দিবলৈ সক্ষম হোৱা নাছিল
  • জেহাদৰ যুৱৰাজ বুলি অভিহিত কৰা হৈছিল হামজাক
  • হামজায়ে প্ৰায়ে তেওঁৰ পিতৃৰ মৃত্যুৰ প্ৰতিশোধ লবলৈ অডিঅ’ আৰু ভিডিঅ’ মেচেজ প্ৰেৰণ কৰি আহিছিল ৷ যাৰ বাবে বহু নৱপ্ৰজন্মৰ লোক অল-কায়দাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল ৷ উল্লেখযোগ্য যে, অল-কায়দাৰয়ে 11 চেপ্তেম্বৰৰ ‘World Trade Centre’ আক্ৰমণ সংঘটিত কৰিছিল য’ত প্ৰায় 3000 জন লোকৰ মৃত্যু হৈছিল
    KNOW ALL ABOUT HAMZA BIN LADEN
    কোন আছিল হামজা বিন লাডেন

অল-কায়দাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল হামজা বিন লাডেন?

  • ওচামা বিন লাডেনৰ মৃত্যুৰ পিছত হামজাকে সন্ত্ৰাসবাদী সংগঠনটোৰ মুৰব্বী বুলি ধাৰণা কৰা হৈছিল
  • 2015ত অল-কায়দাৰ এতিয়াৰ মুৰব্বী এ’মন-অল-জাৱাহাৰয়ে হামজাক সংগঠনটোৰ লগত আনুষ্ঠানিকভাবে চিনাকি কৰাই দিছিল
  • হামজায়ে সংগঠটো পুনৰুজ্জীৱিত কৰিব বুলি ধাৰণা কৰা হৈছিল

অল-কায়দাৰ বিষয়ে জানিব লগীয়া সকলো

  • 80ৰ দশকৰ শেষৰ ফালে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ছত্ৰচায়াত চোভিয়েট ইউনিয়নৰ বিৰুদ্ধে কিছু আৰব স্বেচ্ছাসেৱকক ব্যৱহাৰ কৰি আফগান মুজাহিদ্দিনৰ সৃষ্টি কৰিছিল
  • এই স্বেচ্ছাসেৱকসকলক লগত লৈ ওচামা বিন লাডেনে অল-কায়দাৰ সৃষ্টি কৰিছিল
  • 1989ত ওচামায়ে আফগানিস্তান এৰিছিল আৰু 1996ত প্ৰশিক্ষণ শিবিৰ প্ৰতিষ্ঠা কৰিবলৈ উভতি আহিছিল
  • আমেৰিকান, ইহুদী আৰু কিছু ধৰ্মৰ বিৰুদ্ধে ‘হলি ৱাৰ’ ঘোষণা কৰিছিল অল-কায়দায়ে
    KNOW ALL ABOUT HAMZA BIN LADEN
    কোন আছিল হামজা বিন লাডেন

ওচামা বিন লাডেনৰ পিছত কি হ’ল অল-কায়দাৰ?

  • 2011ত ওচামা বিন লাডেনৰ মৃত্যুৰ পিছত আবিৰ্ভাব ঘটিছিল 'ইচলামিৰ ষ্টেট'ৰ যাৰ বাবে শক্তি কমি আহিছিল অল-কায়দাৰ ৷ 2019ৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ হোৱা তথ্য মতে অল-কায়দায়ে পুনৰুত্থানৰ বাবে চেষ্টা চলাই আছিল

ক’ত সক্ৰিয় অল-কায়দা?

  • 2011 চনত শক্তি কমি অহাৰ পিছত সন্ত্ৰাসবাদী সংগঠনটো আফ্ৰিকাৰ কিছু অঞ্চল, মধ্য প্ৰচ্য আৰু দক্ষিন এচিয়াতে সীমাৱদ্ধ হৈ আছিল

ইন্টাৰ্নেশ্যনেল ডেস্ক, 15 চেপ্তেম্বৰঃ  মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে হামজা বিন লাডেনৰ মৃত্যু হৈছে বুলি নিশ্চিত কৰে ৷ আল-কায়দাৰ উত্তৰাধিকাৰী হিচাপে গন্য কৰা হৈছিল হামজাক ৷ আফগানিস্তান-পাকিস্তান অঞ্চলত হোৱা সন্ত্ৰাসবাদ বিৰুদ্ধি অভিযানত মৃত্যু হৈছিল হামজাৰ ৷ হোৱাইট্ হাউছৰ পৰা প্ৰকাশিত তথ্য অনুসৰি হামজাৰ মৃত্যুৱে আল-কায়দাৰ নেতৃত্বৰ ক্ষেত্ৰত এক শূণ্যতাৰ সৃষ্টি কৰিব ৷
বাল্য কালৰ পৰায়ে সন্ত্ৰাসবাদৰ লগত জড়িত থকা হামজা সন্ত্ৰাসবাদৰ ক্ষেত্ৰখনৰ ‘Blue eyed boy’ হিচাপে পৰিগনিত হৈ আহিছিল ৷ চৌদী আৰব জেদ্দাত জন্মগ্ৰহন কৰিছিল হামজয়ে ৷ ওচামা আৰু খায়ৰিয়াহ চাবৰৰ পুত্ৰ আছিল হামজা ৷ হামজাৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 30 বছৰ ৷

1 কোন আছিল হামজা বিন লাডেন

হামজা বিন লাডেনৰ মৃত্যু হৈছিল আফগানিস্তান-পাকিস্তান অঞ্চলত হোৱা সন্ত্ৰাসবাদ বিৰুদ্ধি অভিযানত ৷

ওচামা বিন লাডেনৰ 20 টা সন্তানৰ 15 নম্বৰৰ সন্তান আছিল হামজা ৷

ওচামাৰ তৃতীয় পত্নী খায়ৰিয়াহ চাবৰৰ পুত্ৰ আছিল হামজা ৷
মাৰ্কিন যুক্তৰাষ্ট্ৰয়ে হামজাৰ মূৰৰ মূল্য 1 মিলিয়ন ডলাৰ ধাৰ্য কৰিছিল 2019 ৰ ফেব্ৰুৱাৰী মাহত ৷

2017ত হামজাক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সন্ত্ৰাসবাদীৰ ব্লেকলিষ্টত অন্তৰ্ভুক্ত কৰা হৈছিল ৷

যোৱা আগষ্ট মাহত হামজাৰ মৃত্যু হোৱা বুলি মাৰ্কিন যুক্তৰাষ্ট্ৰয়ে ঘোষণা কৰিছিল যদিও কোন তাৰিখথ মৃত্যু হৈছিল তাৰ তথ্য জনা হোৱা নাছিল ৷

জেহাদৰ যুৱৰাজ বুলি অভিহিত কৰা হৈছিল হামজাক ৷

হামজায়ে প্ৰায়ে তেওঁৰ পিতৃৰ মৃত্যুৰ প্ৰতিশোধ লবলৈ অডিঅ’ আৰু ভিদিঅ’ মেচেজ প্ৰায়ে প্ৰেৰণ কৰি আহিছিল ৷ যাৰ বাবে বহু নৱপ্ৰজন্মৰ লোক আল-কায়দাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল ৷ উল্লেখযোগ্য যে, আল-কায়দাৰয়ে 11 চেপ্তেম্বৰৰ ‘World Trade Centre’ আক্ৰমণ সংঘটিত কৰিছিল য’ত প্ৰায় 3000 জন লোকৰ মৃত্যু হৈছিল ৷

2 আল-কায়দাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল হামজা বিন লাডেন

ওচামা বিন লাডেনৰ মৃত্যুৰ পিছত হামজাকে সন্ত্ৰাসবাদী সংগঠনটোৰ মুৰব্বী বুলি ধাৰণা কৰা হৈছিল ৷

2015ত আল-কায়দাৰ এতিয়াৰ মুৰব্বী এ’মন-অল-জাৱাহাৰয়ে হামজাক সংগঠনটোৰ লগত আনুষ্ঠানিকভাবে চিনাকি কৰাই দিছিল ৷

হামজায়ে সংগঠটো পুনৰুজ্জীৱিত কৰিব বুলি ধাৰণা কৰা হৈছিল ৷

3 আল-কায়দাৰ বিষয়ে জানিব লগীয়া সকলো

80ৰ দশকৰ শেষৰ ফালে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চত্ৰচায়াত চুভিয়েত ইউনিয়নৰ বিৰুদ্ধে কিছু আৰব স্বেচ্ছাসেৱকক ব্যৱহাৰ কৰি আফগান মুজাহিড্ডীনৰ সৃষ্টি কৰিছিল ৷

এই স্বেচ্ছাসেৱকসকলক লগত লৈ ওচামা বিন লাডেনে আল-কায়দাৰ সৃষ্টি কৰিছিল ৷

1989ত ওচামায়ে আফগানিষ্টান এৰিছিল আৰু 1996ত পিৰশিক্ষণ শিবিৰ প্ৰতিষ্ঠা কৰিবলৈ উভতি আহিছিল ৷

আমেৰিকান, ইহুদী আৰু তেওঁলোকৰ দৰে বেলেগ ধৰ্ম সমূহৰ বিৰুদ্ধে ‘হলি ৱাৰ’ ঘোষণা কৰিছিল আল-কায়দায়ে ৷

4 ওচামা বিন লাডেনৰ পিছত কি হ’ল আল-কায়দাৰ

2011ত ওচামা বিন লাডেনৰ মৃত্যুৰ পিছত আবিৰ্ভাব ঘটিছিল ইচলামিৰ ষ্টেটৰ যাৰ বাবে শক্তি কমি আহিছিল আল-কায়দাৰ ৷ 2019ৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ হোৱা তথ্য মতে আল-কায়দায়ে পুনৰুত্থানৰ বাবে চেষ্টা চলাই আছিল ৷

5 ক’ত সক্ৰিয় আল-কায়দা

2011 চনত শক্তি কমি অহাৰ পিছত সন্ত্ৰাসবাদী সংগঠনটো আফ্ৰিকাৰ কিছু অঞ্চল, মৈধ্য প্ৰচ্য আৰু দক্ষিন এটিয়াত নিবদ্ধ ৷ 

4444686_thumbnail_3x2_hm.jpeg.jpg

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.