ETV Bharat / international

কৰ'ণা ভাইৰাছৰ এটা অনুৰ দ্বাৰাই তৈয়াৰ হ'ব পাৰে কৰ'ণা ভেকছিন - Israel researchers identify COVID-19 molecules that may lead to vaccine ETV Bharat Assam

বাৰ ইলান বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে জনোৱা মতে,তেওঁলোকে চিনাক্ত কৰি উলিওৱা কৰ'ণা ভাইৰাছৰ অনুৰ দ্বাৰা এই ৰোগৰ ভেকছিন তৈয়াৰ কৰাত সহায় হ'ব ৷

Israel
কৰ'ণা ভেকছিন
author img

By

Published : Jun 16, 2020, 3:42 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 16 জুনঃ ইজৰাইলৰ বাৰ-ইলান বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে শেহতীয়াকৈ কৰ'ণা ভাইৰাছৰ এটা অনু চিনাক্ত কৰিছে যিয়ে তেওঁলোকক এই মহামাৰীৰ ভেকছিন প্ৰস্তুত কৰাত সহায় কৰিব পাৰে ৷

গৱেষকৰ দলটোৱে প্ৰট'মৰ পৰা কিছু Immunodominant Epitopes চিনাক্ত কৰি উলিয়াই ৷ এই অনুখিনিয়ে এন্টিব'ডি আৰু কোষ মধ্যস্থতা উভয়ৰে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰাৰ লগতে COVID 19 ৰ পেপটাইড ভেকছিন তৈয়াৰ কৰাটো সহায় কৰিব বুলি গৱেষকৰ দলটোৱে অৱগত কৰে ৷

Tel Aviv (Israel): বাৰ ইলান বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে জনোৱা মতে,তেওঁলোকে চিনাক্ত কৰি উলিওৱা কৰ'ণা ভাইৰাছৰ অনুৰ দ্বাৰা এই ৰোগৰ ভেকছিন তৈয়াৰ কৰাত সহায় হ'ব ৷

বৃহস্পতিবাৰে এখন আলোচনীত প্ৰকাশ পোৱা এক লেখা অনুসৰি,BIUৰ গৱেষকসকলে এন্টিজনৰ অনুখিনিৰ পৰীক্ষা কৰে যিয়ে এন্টিব'ডি উৎপাদন কৰি প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে ৷ ইয়াৰোপৰি গৱেষকৰ দলটোৱে ভাইৰাছবিধৰ প্ৰ'টিন চেটৰ সম্ভাব্য Epitopes, এন্টিজ'ন অনুৰ এটা প্ৰ'টিন অংশ চিনাক্ত কৰি উলিয়াই ৷ এই Epitopes য়ে এন্টিব'ডি আৰু কোষ মধ্যস্থতা উভয়ৰে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব ৷

আনহাতে গৱেষকৰ দলটোৱে ভাইৰাছৰ প্ৰ'টিনসমূহ খনন কৰাৰ বাবে বায়'ইনফ'ৰমেটিকচ্​ পদ্ধতি গ্ৰহণ কৰিছে৷ পৰৱৰ্তি সময়ত ভাইৰাছবিধৰ Epitopes সমূহ চিনাক্ত কৰিব যিয়ে প্ৰতিৰোধ ক্ষমতা প্ৰখৰ কৰাত সহায় কৰিব ৷

লগতে পঢ়কঃ ২১ গৰাকী মুখ্যমন্ত্ৰীৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

এইধৰণে দলটোৱে 15 টা সম্ভাব্য ক্ষেত্ৰ চিনাক্ত কৰে যিয়ে ভাইৰাছৰ তিনিটা প্ৰ'টিনৰ প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰাৰ লগতে ভাইৰাছৰ অন্য প্ৰ'টিনসমূহত 25 টা এনেধৰণৰ Epitopes মেপ কৰিব ৷

গৱেষকৰ দলটোৱে জনোৱা মতে, ভাৰতীয় চিকিৎসকসকলৰ নেতৃত্বত এটা চিকিৎসকৰ দলে প্ৰথমে COVID 19 ৰোগীসকলৰ বাবে US lung transplant কৰিব ৷ এই Epitopes সমূহ ভাইৰাছ আক্ৰান্তসকলৰ 87 শতাংশৰ মাজত দেখা গৈছে ৷

এই 7 টা Epitopes ৰ বিষয়ে ইতিমধ্যে বিশদভাৱে গৱেষণা কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.