ETV Bharat / international

ইৰাণত সেনাৰ পাৰমাণৱিক কাৰ্যত জড়িত এগৰাকী বিজ্ঞানীৰ মৃত্যু

ইৰাণৰ বিজ্ঞানী মোহন ফখৰীজাদেহৰ এক সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত মৃত্যু ঘটে ৷ সেনাৰ পাৰমাণৱিক কাৰ্যকলাপসমূহত বৈজ্ঞানিকগৰাকী জড়িত হৈ আছিল ৷ শুকুৰবাৰে তেহৰাণৰ সমীপত সন্ত্ৰাসবাদীৰ আক্ৰমণত বৈজ্ঞানিকগৰাকী নিহত হয় ৷ ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে মোহসিনৰ মৃত্যু পৰিকল্পিত হত্যা বুলি দাবী কৰি এইক্ষেত্ৰত ইজৰাইলৰ হস্তক্ষেপ থকা বুলি দাবী কৰে ৷

author img

By

Published : Nov 28, 2020, 3:55 PM IST

Iran scientist linked to military nuclear program killed
বিজ্ঞানীৰ মৃত্যু

ডুবাই,28 নৱেম্বৰ: এক গুলীয়াগুলিত ইৰাণৰ বিজ্ঞানী মোহন ফখৰীজাদেহৰ এক সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত মৃত্যু ঘটিছে ৷ শুকুৰবাৰে তেহৰাণৰ সমীপত এই ঘটনা সংঘটিত হৈছিল ৷ ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে মোহসিন ফখৰীজাদেহৰ এই মৃত্যু সহজভাৱে গ্ৰহণ কৰা নাই ৷ বিজ্ঞানীগৰাকীৰ মৃত্যু এক পৰিকল্পিত হত্যা বুলি দাবী কৰে ৰাষ্ট্ৰখনৰ বৈদেশিক মন্ত্ৰীয়ে ৷ তদুপৰি এই বিষয়ত ইজৰাইলৰ ভূমিকা যথেষ্ঠ গম্ভীৰজনক বুলি মন্তব্য কৰে ৷

  • Terrorists murdered an eminent Iranian scientist today. This cowardice—with serious indications of Israeli role—shows desperate warmongering of perpetrators

    Iran calls on int'l community—and especially EU—to end their shameful double standards & condemn this act of state terror.

    — Javad Zarif (@JZarif) November 27, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এক দশক পূৰ্বে কেইবাজনো ইৰাণী বিজ্ঞানীক হত্যা কৰাৰ ক্ষেত্ৰত ইজৰাইলৰ পৰোক্ষ ভূমিকা আছিল ৷ ইজৰাইলে কিন্তু এইক্ষেত্ৰত মন্তব্য প্ৰকাশৰ পৰা বিৰত থকাৰ লগতে এই অভিযোগ অস্বীকাৰ কৰে ৷ ইৰাণ আৰু আমেৰিকাই প্ৰায় এবছৰ পিছত এই ঘটনা সংঘটিত হৈছে, যেতিয়া আমেৰিকাই কৰা ড্ৰোণ আক্ৰমণত বাগদাদত এক শীৰ্ষ পৰ্যায়ৰ ইৰাণী বিষয়াৰ মৃত্যু ঘটিছিল ৷ এই কাণ্ডই মধ্য প্ৰাচ্যত একপ্ৰকাৰ বিভীষিকাৰ সৃষ্টি কৰিছিল ৷

লগতে চাওকঃ ভাৰতৰ কৰ’ণা আক্ৰান্ত ৰাজ্যৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.