ETV Bharat / international

আফগান সেনাৰ আক্ৰমণ,নিহত 56 জন সন্ত্ৰাসবাদী

author img

By

Published : Jul 31, 2019, 1:10 PM IST

মঙলবাৰে নিশাৰ ভাগৰ পৰা বুধবাৰে ৰাতিপুৱালৈ তালিবানৰ ওপৰত চলোৱা ধাৰাসাৰ আক্ৰমণত 7গৰাকী কামাণ্ডাৰসহ নিহত হয় 56জনকৈ সন্ত্ৰাসবাদী ৷ আফগানিস্তানৰ কুৰগান টেপাৰ নিকটৱৰ্তী পল-ই-খমৰিত আফগান সেনাই সংঘটিত কৰে এই আক্ৰমণ ৷

প্ৰতিনিধিত্বমুলক ছবি

নিউজ ডেস্ক, 31 জুলাইঃ আফগানিস্তানৰ বাঘলান প্ৰদেশত দেশখনৰ সেনাবাহিনীয়ে চলোৱা এক ভয়ংকৰ আক্ৰমণত 56 জন সন্ত্ৰাসবাদী নিহত হয় ৷ বাঘলানৰ কুৰগান টেপাৰ নিকটৱৰ্তী পল-ই-খমৰিস্থিত তালিবান শিবিৰত সেনাৰ এটা দলে মঙলবাৰে নিশাৰ ভাগৰ পৰা বুধবাৰে ৰাতিপুৱালৈ চলোৱা ধাৰাসাৰ আক্ৰমণত সাতজনকৈ কামাণ্ডাৰকে ধৰি সৰ্বমুঠ 56গৰাকী সন্ত্ৰাসবাদী নিহত হয় ৷

আফগান সেনাৰ মুখপাত্ৰ মহম্মদ হানিফ ৰেজাৰ লগতে প্ৰাদেশিত আৰক্ষীৰ মুখপাত্ৰ জাৱেদ বচৰতে প্ৰকাশ কৰিছে এই তথ্য ৷ আফগান সেনাৰ পল-ই-খমৰিস্থিত এটি শিবিৰত তালিবানে চলোৱা আক্ৰমণৰ পিচতে দেশখনৰ সেনাই তালিবানৰ ওপৰত এইদৰে আক্ৰমণ চলাই সন্ত্ৰাসবাদী কেইটা নিধন কৰিবলৈ সক্ষম হয় ৷ তদুপৰি এই আক্ৰমণত 30গৰাকী সন্ত্ৰাসবাদী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

Intro:Body:

আফগান সেনাৰ আক্ৰমণত নিহত 56গৰাকী সন্ত্ৰাসবাদী 

মঙলবাৰে নিশাৰ ভাগৰ পৰাই বুধবাৰে ৰাতিপুৱালৈ তালিবানৰ ওপৰত চলোৱা ধাৰাসাৰ আক্ৰমণত 7গৰাকী কামাণ্ডাৰসহ নিহত হয় 56গৰাকী সন্ত্ৰাসবাদী ৷ আফগানিস্তানৰ কুৰগান টেপাৰ নিকটৱৰ্তী পল-ই-খমৰিত আফগান সেনাই সংঘটিত কৰে এই আক্ৰমণ ৷ 

নিউজ ডেস্ক, 31 জুলাইঃ আফগানিস্তানৰ বাঘলান প্ৰদেশত দেশখনৰ সেনাবাহিনীয়ে চলোৱা এক ভয়ংকৰ আক্ৰমণত 56গৰাকী সন্ত্ৰাসবাদী নিহত হয় ৷ বাঘলানৰ কুৰগান টেপাৰ নিকটৱৰ্তী পল-ই-খমৰিস্থিত তালিবান শিবিৰত সেনাৰ এটা বৃহৎ দলে মঙলবাৰে নিশাৰ ভাগৰ পৰা বুধবাৰে ৰাতিপুৱালৈ চলোৱা ধাৰাসাৰ আক্ৰমণত সাতগৰাকী কামাণ্ডাৰকে ধৰি সৰ্বমুঠ 56গৰাকী সন্ত্ৰাসবাদী নিহত হয় ৷   

আফগান সেনাৰ মুখপাত্ৰ মহম্মদ হানিফ ৰেজাৰ লগতে প্ৰাদেশিত আৰক্ষীৰ মুখপাত্ৰ জাৱেদ বচৰতে প্ৰকাশ কৰিছে এই তথ্য ৷ আফগান সেনাৰ পল-ই-খমৰিস্থিত এটি শিবিৰত তালিবানে চলোৱা আক্ৰমণৰ পিচতে দেশখনৰ সেনাই তালিবানৰ ওপৰত এইদৰে আক্ৰমণ চলাই সন্ত্ৰাসবাদী কেইটা নিধন কৰিবলৈ সক্ষম হয় ৷ এই আক্ৰমণত সৰ্বমুঠ 30গৰাকী সন্ত্ৰাসবাদী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.