ETV Bharat / international

মাৰ্চত ৰাছিয়াই উৎক্ষেপণ কৰিব ৪০টা কৃত্ৰিম উপগ্ৰহ - ১৮ খন দেশ

চলিত বৰ্ষৰ মাৰ্চ মাহত ১৮ খন দেশৰ পৰা মুঠ ৪০ টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিব ৰাছিয়াই । ছয়ুজ-২.১ এ ৰকেট ব্যৱহাৰ কৰি ৰাছিয়াই কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰাৰ পৰিকল্পনা কৰিছে ।

অহা মাৰ্চ মাহত ৰাছিয়াই উৎক্ষেপণ কৰিব ৪০টা কৃত্ৰিম উপগ্ৰহ

author img

By

Published : Feb 8, 2021, 10:47 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ ফেব্ৰুৱাৰী: ৪০টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰাৰ পৰিকল্পনা কৰিছে ৰাছিয়াই । মহাকাশ উদ্যোগৰ এক সূত্ৰই স্পুটনিকৰ আগত প্ৰকাশ কৰা মতে, চলিত বৰ্ষৰ মাৰ্চ মাহত ১৮ খন দেশৰ পৰা এই ছয়ুজ-২.১ এ ৰকেটক বাহক হিচাপে ব্যৱহাৰ কৰি উপগ্ৰহবোৰ ৰাছিয়াই উৎক্ষেপণ কৰিব । সূত্ৰটোৱে প্ৰকাশ কৰা মতে, দক্ষিণ কোৰিয়াৰ চি এছ এছ ৫০০-১ মহাকাশ যান প্ৰেৰণৰো পৰিকল্পনা কৰা হৈছে । উৎক্ষেপণ কৰিবলগীয়া কৃত্ৰিম উপগ্ৰহসমূহৰ তালিকা এতিয়াও চূড়ান্ত কৰা হোৱা নাই ।

ছয়ুজ-২.১ এ ৰকেটেৰে ৰাছিয়া, জাপান, দক্ষিণ কোৰিয়া, চৌদি আৰৱ, ইজৰাইল, থাইলেণ্ড, কানাডা, ব্ৰাজিল, জাৰ্মানী, নেডাৰলেণ্ড, ইটালী, আৰ্জেণ্টিনা, হাংগেৰী, তুনিছিয়া, ইংলেণ্ড, স্পেইন আৰু শ্লোভাকিয়াৰ পৰা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰাৰ পৰিকল্পনা কৰা হৈছে ।

লগতে পঢ়ক:য়েমেনত হাউদী বিদ্ৰোহীৰ আক্ৰমণত ২০ জন নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.