ETV Bharat / international

ইষ্টাৰ উপলক্ষে সকলোকে সম্বোধন প'প ফ্ৰান্সিছৰ - ইষ্টাৰৰ বাৰ্তা

ইষ্টাৰ উপলক্ষে ছেইন্ট পিটাৰ বেচিলিকাৰ পৰা সকলোকে সম্বোধন কৰে প'প ফ্ৰান্সিছে । তেওঁ ইষ্টাৰৰ বাৰ্তাক এক 'আশাৰ বাৰ্তা' হিচাপে বৰ্ণনা কৰে ।

Pope celebrates joy of Easter amid sorrow of virus, alone

author img

By

Published : Apr 12, 2020, 7:03 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 12 এপ্ৰিলঃ শনিবাৰে ইষ্টাৰ উপলক্ষে ছেইন্ট পিটাৰ বেচিলিকাৰ পৰা সকলোকে সম্বোধন কৰে প'প ফ্ৰান্সিছে । তেওঁ সকলোকে কৰ'ণা ভাইৰাছ বাবে জাৰি কৰা লক ডাউনৰ নিয়ম মানি, এই অনুষ্ঠানৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ।

প'প ফ্ৰান্সিছে অনলাইন বেৱকাষ্টৰ মাধ্যমেৰে তেওঁৰ সকলোলৈ এই বাৰ্তা প্ৰেৰণ কৰে । প'প গৰাকীয়ে ইষ্টাৰৰ বাৰ্তাক এক 'আশাৰ বাৰ্তা' হিচাপে বৰ্ণনা কৰে । য'ত তেওঁ বৰ্তমানৰ কৰ'ণা মহামাৰীৰ সংঘৰ্ষক সেইসকলৰ লগত তুলনা কৰিছে, যিসকলে যীশু খ্ৰীষ্টক ক্ৰুছবিদ্ধ কৰিছিল ।

ইষ্টাৰ উপলক্ষে সকলোকে সম্বোধন প'প ফ্ৰান্সিছৰ

ভেটিকান চিটিত বৰ্তমানলৈ 8 গৰাকী লোকলৈ এই ৰোগৰ সংক্ৰমণ হৈছে । যি স্থলত ইটালীৰ দৰে এখন শক্তিশালী দেশত বৰ্তমানলৈ 1,52,271 গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে, 19,468 লোকৰ মৃত্যু হয় ।

অধিক সংখ্যক লোকৰ ক্ষেত্ৰত এই বীজাণু আংশিকভাৱে ক্ষতিকাৰক হয় । ইয়াৰ বিপৰীতে বয়স্ক লোকসকলৰ বাবে নাইবা আগৰে পৰাই কোনো ৰোগত আক্ৰান্ত লোকৰ বাবে এই বীজাণু গুৰুতৰভাৱে ক্ষতিকাৰক আৰু মৃত্যুৰ কাৰণ হ'ব পাৰে ।

লগতে পঢ়কঃ ট্ৰাম্পৰ ভাবুকিৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাক সমৰ্থনৰ আহ্বান ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.