ETV Bharat / international

মাইকেল জেকছনৰ মৃত্যু বাৰ্ষিকী উদযাপন

author img

By

Published : Jun 26, 2019, 11:39 PM IST

মাইকেল জেকছনৰ অনুৰাগীসকলে উদযাপন কৰিলে বিশ্ববিখ্যাত পপ ষ্টাৰ গৰাকীৰ মৃত্যু বাৰ্ষিকী । ২০০৯ চনৰ ২৫ জুনত ৫০ বছৰ বয়সত মৃত্যুক সাৱটি লৈছিল জেকছনে ।

মাইকেল জেকছন

নিউজ ডেস্ক, ২৬ জুন : কেলিফৰ্নিয়াৰ ফ'ৰেষ্ট ল'ন মেমৰিয়েল পাৰ্কত জুনৰ ২৫ তাৰিখে বিশ্ববিখ্যাত পপ ষ্টাৰ মাইকেল জেকছনৰ ১০ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় । শতাধিক অনুৰাগীৰ উপস্থিতিত জেকছনৰ সমাধিক্ষেত্ৰত তেওঁৰ জীৱন আৰু সংগীত সম্পৰ্কত এদিনীয়া কাৰ্যসূচীৰে মৃত্যু বাৰ্ষিকীৰ আয়োজন কৰা হয় ।

ETV BHARAT ASSAM
মাইকেল জেকছনৰ মৃত্যু বাৰ্ষিকী উদযাপন

ইয়াৰোপৰি, অনুৰাগীসকল উপস্থিত হয় মাইকেল জেকছনে মৃত্যুৰ পূৰ্বে বসবাস কৰা ল'ছ এঞ্জেলছৰ ঘৰত । এগৰাকী ৬ বছৰীয়া অনুৰাগীয়েও পপ ষ্টাৰ গৰাকীৰ নৃত্যভংগীমাৰে সকলোকে মোহিত কৰে । মৃত্যু বাৰ্ষিকীত অংশগ্ৰহণৰ বাবেই উৰা মাৰি ল'ছ এঞ্জেলছত উপস্থিত হৈছিলহি ফিলাডেলফিয়াৰ এগৰাকী মহিলা ।

ETV BHARAT ASSAM
মাইকেল জেকছনৰ মৃত্যু বাৰ্ষিকী উদযাপন

উল্লেখ্য যে, মাইকেল জেকছনে ২০০৯ চনৰ ২৫ জুনত অত্যধিক ড্ৰাগছ সেৱনৰ ফলত ৫০ বছৰ বয়সত মৃত্যুক সাৱটি লৈছিল ।

MJ'S 10TH DEATH ANNIVERSARY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.