নিউজ ডেস্ক, ২৭ জুলাইঃ ৰুছে চীনক S-400 প্ৰণালীৰ জৰিয়তে বায়ুত ব্যৱহাৰ কৰা মিছাইল প্ৰণালী নিলম্বিত কৰাৰ ঘোষণা কৰে। লগতে বিতৰণ পুনৰ আৰম্ভ কৰাৰ সম্ভব নহয় বুলিও সদৰি কৰে । চীনৰ সংবাদ পত্ৰ ছোহু প্ৰকাশ পোৱা অনুসৰি, UAWire কয় যে, এইবাৰ ৰুছে চীনক S-400 প্ৰণালীৰ বাবে মিছাইলৰ বিতৰণ স্থগিত কৰাৰ ঘোষণা কৰা হৈছে । বন্দুক তথা অস্ত্ৰ পোৱাৰ সময়ত কোনো চালনত স্বাক্ষৰ কৰাটো সহজ নহয় ।
লগতে কয় যে এই মাৰাণাস্ত্ৰ বিতৰণ কৰা কাম বহুত জটিল । চীনত ইয়াৰ প্ৰশিক্ষণ দিবলৈ প্ৰশিক্ষক প্ৰেৰণ কৰিব লগা হয় । ৰুছৰ এই ঘোষণাৰ পাচত চীনে কয় যে মস্কোক এই ধৰণৰ নিৰ্ণয় লোৱাৰ বাবে জোৰ দিয়া হৈছে ।
লগতে চাওকঃ পানীৰ মাজৰ জৰাজীৰ্ণ জুপুৰীত আবদ্ধ এটা পৰিয়াল