ETV Bharat / international

পাঁচ ইউৰোপীয় দেশলৈ বন্ধ হ'ব এয়াৰ ইণ্ডিয়াৰ বিমান !

author img

By

Published : Aug 12, 2020, 7:39 PM IST

এয়াৰলাইনটোৱে কোপনহেগন(ডেনমাৰ্ক), মিলান (ইটালী). ষ্টাকহোম (ছুইডেন), মেড্ৰিড ( স্পেইন ) আৰু বিয়ানা (পৰ্তুগাল) ত নিজৰ বুকিং অফিচসমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Air India stops flights to five European cities
পাঁচ ইউৰোপীয় চহৰত আৰু নচলিব এয়াৰ ইণ্ডিয়াৰ বিমান !

নিউজ ডেস্ক, 12 আগষ্ট : দেশৰ চৰকাৰী বিমান পৰিসেৱা সংস্থা এয়াৰ ইণ্ডিয়াই ইউৰোপৰ পাঁচখন দেশৰ লগত বিমান পৰিসেৱা ভবিষ্যতলৈ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ লগতে উক্ত ঠাইসমূহত থকা এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়য়ো বন্ধ কৰি দিয়া হ‘ব ৷ কৰ‘ণা মহামাৰীৰ ফলত ধাৰাবাহিক ভাবে হৈ থকা লোকচানৰ বাবেই কোম্পানীটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

এয়াৰ ইণ্ডিয়াৰ যাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণে পাঁচখন ইউৰোপীয় স্থানৰ পৰা সংস্থাটোৰ বিমান পৰিসেৱা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

এয়াৰলাইনটোৱে কোপনহেগন(ডেনমাৰ্ক), মিলান (ইটালী). ষ্টাকহোম (ছুইডেন), মেড্ৰিড ( স্পেইন ) আৰু বিয়ানা (পৰ্তুগাল) ত নিজৰ বুকিং অফিচসমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কৰ‘ণা ভাইৰাছৰ আৰম্ভনিৰ পূৰ্বলৈকে উক্ত স্থানসমূহলৈকে এয়াৰ ইণ্ডিয়াৰ বিমান চলিছিল ৷

লগতে পঢ়ক : ভাৰতৰ জিডিপিৰ বিকাশ স্বাধীনতাৰ পাচতে আটাইতকৈ কম হ'ব পাৰে: ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.