ETV Bharat / international

Isle of Wightৰ তেলৰ টেংকাৰ হাইজেক কৰাৰ অভিযোগত আটক 7 জন লোক

ব্ৰিটেইনৰ সেনাই নাভে এন্ড্ৰোম'ডা নামৰ এখন জাহাজক হাইজেক কৰাৰ অভিযোগত 7 জন লোকক আটক কৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনোৱা মতে, জাহাজত থকা আটাইকেইগৰাকী লোক সুৰক্ষিত অৱস্থাত আছে ৷

author img

By

Published : Oct 26, 2020, 3:55 PM IST

Isle of Wightৰ তেলৰ টেংকাৰ হাইজেক কৰাৰ অভিযোগত আটক 7 জন লোক
Isle of Wightৰ তেলৰ টেংকাৰ হাইজেক কৰাৰ অভিযোগত আটক 7 জন লোক

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 অক্টোবৰ: ব্ৰিটিছ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে দেওবাৰে জানিবলৈ দিয়া অনুসৰি, দক্ষিণ ইংলেণ্ডৰ Isle of Wight ৰ পৰা তেলৰ টেংকাৰ হাইদেক কৰিবলৈ চেষ্টা চলোৱা 7 জন লোকক আটক কৰা হৈছে ৷ ব্ৰিটেইনৰ সেনাই দেওবাৰে ৰিপোৰ্টিঙৰ পাচত ইংলিছ চেনেলত লংগৰ পেলোৱা এখন তেলৰ টেংকাৰৰ নিয়ন্ত্ৰণ জব্দ কৰে ৷ যিটোৰ বোৰ্ডত 7 টা ষ্টোৰ আছিল ৷

ব্ৰিটিছ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জানিবলৈ দিছে যে, প্ৰতিৰক্ষা সচিব বেন ৱালেছ আৰু গৃহ সচিব প্ৰীতি পেটেলে আৰক্ষীৰ অনুৰোধ মৰ্মে তদন্ত চলাবলৈ অনুমতি প্ৰদান কৰে ৷ আৰক্ষীয়ে সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু প্ৰাৰম্ভিক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, টেংকাৰ খনৰ চালকসহ দলটোৰ সকলো লোক সুৰক্ষিত অৱস্থাত আছে ৷

লগতে পঢ়ক: আমেৰিকাত নৌসেনা বাহিনীৰ বিমান দুৰ্ঘটনাগ্ৰস্ত : দুজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.