ETV Bharat / international

কৰ’ণা ভাইৰাছে প্ৰ’টিন কোষসমূহ বন্ধ কৰিব পাৰে ! - কৰ’ণা ভাইৰাছে প্ৰ’টিন কোষসমূহ বন্ধ কৰিব পাৰে !

গৱেষকসকলৰ গৱেষণাত এটা কথা প্ৰকাশ পাইছে যে কৰ’ণা ভাইৰাছে আক্ৰান্তৰ শৰীৰৰ কোষৰ পৰা প্ৰ’টিন সমূহ শুহি লৈ অন্য এক আহৰণ সৃষ্টি কৰে ৷ ফলত প্ৰ’টিনসমূহৰ কাৰ্য ৰোধ হোৱাত ভাইৰাছবিধে শৰীৰৰ কোষসমূহক আক্ৰমণ কৰে ৷ ইয়াৰ বাবে সৃষ্টি কৰে এক দীঘলীয়া শৃংখলৰ ৷ সেয়ে অনুমোদন প্ৰাপ্ত প্ৰতিষেধক আৱিস্কাৰ কৰোতে কিছু বাধাৰ সৃষ্টি হ’ব পাৰে ৷

Scientists identify drugs that may block COVID-19 from jumping to other cells Etv bharat news
কৰ’ণা ভাইৰাছে প্ৰ’টিন কোষসমূহ বন্ধ কৰিব পাৰে !
author img

By

Published : Jul 2, 2020, 10:01 PM IST

লছ এঞ্জেলছ,2 জুলাই: গৱেষকসকলৰ গৱেষণাত এটা কথা প্ৰকাশ পাইছে যে, কৰ’ণা ভাইৰাছে আক্ৰান্তৰ শৰীৰৰ কোষৰ পৰা প্ৰ’টিন সমূহ শুহি লৈ অন্য এক আহৰণ সৃষ্টি কৰে ৷ ফলত প্ৰ’টিনসমূহৰ কাৰ্য ৰোধ হোৱাত ভাইৰাছবিধে শৰীৰৰ কোষসমূহক আক্ৰমণ কৰে ৷ ইয়াৰ বাবে সৃষ্টি কৰে এক দীঘলীয়া শৃংখলৰ ৷ সেয়ে অনুমোদন প্ৰাপ্ত প্ৰতিষেধক আৱিস্কাৰ কৰোতে কিছু বাধাৰ সৃষ্টি হ’ব পাৰে ৷

আমেৰিকাৰ ইএমবিএলৰ ইউৰোপীয় বায়’ইনফাৰমেটিক্স ইনষ্টিটিউট চমুকৈ ইবিআই আৰু কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিকসকলে উল্লেখ কৰে যে, ভাইৰাছবিধৰ উপসৰ্গক SARC-CoV-2 য়ে নিয়ন্ত্ৰণ কৰে ৷ ভাইৰাছবিধে মাজে মাজে প্ৰ’টিন আৰু এনজাইমৰ দৰে অন্য গুৰুত্বপূৰ্ণ অণুসমূহৰ গতিবিধিত হস্তক্ষেপ কৰে ৷ যিয়ে ইয়াৰ সঞ্চালনত ৰাসায়নিক সংশোধন কৰিবলৈ প্ৰ’টিনৰ গতিবিধি সলনি কৰে ৷

দেওবাৰে প্ৰকাশিত এক অধ্যয়নত বৈজ্ঞানিকসকলে ইয়াৰ বিশ্লেষণ দাঙি ধৰি সংক্ৰমণৰ পিছত ফ্ৰাস্কোৰাইলেশন নামৰ একপ্ৰকাৰ এনজাইমৰ দ্বাৰা প্ৰ’টিন উৎপাদন কৰা হয় ৷ বৈজ্ঞানিকসকলে উল্লেখ কৰে যে, কৰ’ণা ভাইৰাছে প্ৰায় একে সময়ত প্ৰ’টিন আৰু এনজাইমৰ দৰে অন্য মহত্বপূৰ্ণ কোষ সমূহৰ গতিবিধিতো হস্তক্ষেপ কৰে ৷ এই কোষসমূহৰ সহায়তে ভাইৰাছবিধে ৰাসায়নিক সংশোধন কৰি প্ৰ’টিনৰ গতিবিধিক সলনি কৰি নিজৰ স্থিতিক শক্তিশালী কৰে ৷ তদুপৰি গৱেষকসকলে উল্লেখ কৰে যে, এই বিষয়ৰ লগতে ভাইৰাছৰ গতিবিধি পৰীক্ষণ কৰিবলৈ অধিক অধ্যয়নৰ প্ৰয়োজন আছে ৷

লগতে চাওকঃ কাৰ্গিলত অনুভূত 4.5 কম্পনাংকৰ ভূমিকম্প

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.