ETV Bharat / international

বাংলাদেশৰ তীছতা বেজাৰ স্পাইট অঞ্চলত হাই এলাৰ্ট জাৰী

author img

By

Published : Jul 14, 2020, 6:49 PM IST

উত্তৰ বাংলাদেশকে ধৰি ভাৰতৰ পূৰ্বোত্তৰ অঞ্চলৰ অসম,মেঘালয়,বিহাৰ আৰু পশ্চিমবংগত আগন্তুক ৭২ ঘণ্টাত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভৱনা বুলি সদৰি কৰে Flood Forecasting and Warning Center য়ে । আনহাতে, বাংলাদেশৰ ১০ খন জিলা ইতিমধ্যে বানৰ কৱলত । তাৰোপৰি আগন্তুক ২৪ ৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত পুনৰ তিনিখন ৰাজ্য বানৰ কৱলত পৰাৰ আশংকা কৰিছে FFWC য়ে ।

বাংলাদেশ
বাংলাদেশ

নিউজ ডেস্ক, ১৪ জুলাইঃ বাংলাদেশৰ লালমোনিৰহাট জিলাৰ হতীবান্ধ উপজিলাৰ তীছতা বেজাৰ স্পাইট অঞ্চলত হাই এলাৰ্ট জাৰী কৰে বাংলাদেশৰ জল বিকাশ বোৰ্ডে । বেজাৰ স্পাইট অঞ্চলত থকা নৈৰ বিপদ সীমাৰ ৫৩ ছেণ্টিমিটাৰ ওপৰেৰে জলস্তৰ বৃদ্ধি পোৱা বাবেই হাই এলাৰ্ট জাৰী কৰে অঞ্চলটোত ।

বাংলাদেশ
বাংলাদেশৰ তীছতা বেজাৰ স্পাইট অঞ্চলত হাই এলাৰ্ট জাৰী

Flood Forecasting and Warning Center (FFWC) আৰু BWDB অনুসৰি,আগন্তুক ৭২ ঘণ্টাত উত্তৰ বাংলাদেশত আৰু তাৰ চুবুৰীয়া অঞ্চল তথা ভাৰতৰ পূৰ্বোত্তৰ ৰাজ্য অসম,মেঘালয়,বিহাৰ আৰু পশ্চিমবংগত সাধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভৱনা আছে ।

আনহাতে,বাংলাদেশৰ ১০ খন জিলা ইতিমধ্যে বানৰ কৱলত । কিন্তু পুনৰ প্ৰৱল বৃষ্টিপাতৰ বাবেই আগন্তুক ২৪ ঘণ্টাৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত আৰু ৩ খন জিলা প্লাৱিত হোৱাৰ আশংকা কৰা হৈছে । তাৰোপৰি এনেদৰে বৰষুণ হৈ থাকিলে আগন্তুক সপ্তাহৰ শেষৰ ভাগত ঢাকা আৰু নাৰায়ণগঞ্জ বানৰ কবলত পৰিব বুলি বিশেষজ্ঞই সদৰি কৰে । বানৰ তাণ্ডৱৰ বাবেই বাংলাদেশৰ অধিকাংশ গাঁৱত আবদ্ধ হৈ পৰিছে ৭ মিলিয়ন লোক ।

লগতে চাওকঃ মেঘালয়ৰ উচ্চ মাধ্যমিকৰ পৰীক্ষাত শীৰ্ষস্থান দখল অসম কন্যাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.