নিউজ ডেস্ক, 14 জুন: দেওবাৰে পাকিস্তানত ভাৰতীয় গৃহ বিভাগৰ উচ্চ পদস্ত বিষয়াৰে হোৱা এক বৈঠকত ভাৰতীয় পাচপৰ্ট আৰু OCI কাৰ্ড থকা সকলৰ বাবে কাৰটাৰপুৰ চাহিবলৈ বছৰ জুৰা ভিচা বিহীন ভ্ৰমণৰ বাবে মান্তি হয় পাকিস্তানৰ চৰকাৰ ৷
দৈনিক 5000 জন ভক্তৰ বাবে কাৰটাৰপুৰ চাহিবলৈ যোৱা অনুমতি প্ৰদান কৰিব পাকিস্তান প্ৰশাসনে ৷
পাকিস্তান যাবলৈ নালাগে ভিচা ! - কাৰটাৰপুৰ চাহিব
দৈনিক 5000 জন ভক্তৰ বাবে কাৰটাৰপুৰ চাহিবলৈ যোৱা অনুমতি প্ৰদান কৰিব পাকিস্তান প্ৰশাসনে ৷
কাৰটাৰপুৰ চাহিবলৈ বছৰ জুৰা ভিচা বিহীন ভ্ৰমণৰ বাবে সৈমান পাকিস্তান

দৈনিক 5000 জন ভক্তক বাবে কাৰটাৰপুৰ চাহিবলৈ য়ুৱা অনুমতি প্ৰদান কৰিব পাকিস্তান প্ৰশাসনে ৷
পাকিস্তানৰ নাৰৱাল জিলাত ৰবি নদীৰ পাৰত অৱস্তিত কাৰটাৰপুৰ চাহিবতে গুৰু নানক দেৱে তেওঁৰ শেষৰ দিন অতিবাহীত কৰিছিল ৷ কাৰটাৰপুৰ চাহিব শিখ ধৰ্মাৱলম্বী লোক সকলৰ এখন প্ৰধান তীৰ্থ স্থান ৷