ETV Bharat / international

পাকিস্তান যাবলৈ নালাগে ভিচা !

দৈনিক 5000 জন ভক্তৰ বাবে কাৰটাৰপুৰ চাহিবলৈ যোৱা অনুমতি প্ৰদান কৰিব পাকিস্তান প্ৰশাসনে ৷

author img

By

Published : Jul 14, 2019, 8:24 PM IST

কাৰটাৰপুৰ চাহিবলৈ বছৰ জুৰা ভিচা বিহীন ভ্ৰমণৰ বাবে সৈমান পাকিস্তান

নিউজ ডেস্ক, 14 জুন: দেওবাৰে পাকিস্তানত ভাৰতীয় গৃহ বিভাগৰ উচ্চ পদস্ত বিষয়াৰে হোৱা এক বৈঠকত ভাৰতীয় পাচপৰ্ট আৰু OCI কাৰ্ড থকা সকলৰ বাবে কাৰটাৰপুৰ চাহিবলৈ বছৰ জুৰা ভিচা বিহীন ভ্ৰমণৰ বাবে মান্তি হয় পাকিস্তানৰ চৰকাৰ ৷
দৈনিক 5000 জন ভক্তৰ বাবে কাৰটাৰপুৰ চাহিবলৈ যোৱা অনুমতি প্ৰদান কৰিব পাকিস্তান প্ৰশাসনে ৷

ETV BHARAT ASSAM

পাকিস্তানৰ নাৰৱাল জিলাত ৰবি নদীৰ পাৰত অৱস্থিত কাৰটাৰপুৰ চাহিবতে গুৰু নানক দেৱে তেওঁৰ শেষৰ দিন কেইটা অতিবাহিত কৰিছিল ৷ কাৰটাৰপুৰ চাহিব শিখ ধৰ্মাৱলম্বী লোক সকলৰ এখন প্ৰধান তীৰ্থ স্থান ৷

Kartarpur_Guru_Nanak.jpg
Pakistan agrees for visa-free year-long travel to Kartarpur Sahib

কাৰটাৰপুৰ চাহিবলৈ বছৰ জুৰা ভিচা বিহীন ভ্ৰমণৰ বাবে সৈমান পাকিস্তান

নিউজ ডেস্ক, 14 জুন: দেওবাৰে পাকিস্তানত ভাৰতীয় গৃহ বিভাগৰ উচ্চ পদস্ত বিষয়াৰে হোৱা এক বৈঠকত ভাৰতীয় পাচপৰ্ট আৰু OCI কাৰ্ড থকা সকলৰ বাবে কাৰটাৰপুৰ চাহিবলৈ বছৰ জুৰা ভিচা বিহীন ভ্ৰমণৰ বাবে মান্তি হয় পাকিস্তানৰ চৰকাৰ ৷
দৈনিক 5000 জন ভক্তক বাবে কাৰটাৰপুৰ চাহিবলৈ য়ুৱা অনুমতি প্ৰদান কৰিব পাকিস্তান প্ৰশাসনে ৷
পাকিস্তানৰ নাৰৱাল জিলাত ৰবি নদীৰ পাৰত অৱস্তিত কাৰটাৰপুৰ চাহিবতে গুৰু নানক দেৱে তেওঁৰ শেষৰ দিন অতিবাহীত কৰিছিল ৷ কাৰটাৰপুৰ চাহিব শিখ ধৰ্মাৱলম্বী লোক সকলৰ এখন প্ৰধান তীৰ্থ স্থান ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.