ETV Bharat / international

আফগানিস্তানত সক্ৰিয় লস্কৰ-ই-তৈবাকে ধৰি 20 টা সন্ত্ৰাসবাদী সংগঠন: ৰাষ্ট্ৰৰসংঘ

20 টাৰো অধিক আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন সক্ৰিয় হৈ আছে আফগানিস্তানত ৷ ৰাষ্ট্ৰসংঘৰ তথ্যমতে এই সংগঠন সমূহে চৰকাৰৰ বিৰুদ্ধে দেশখনৰ সিমান্ত অঞ্চলত যুজঁ দি আছে ৷

author img

By

Published : Jun 25, 2019, 7:35 PM IST

Updated : Jun 25, 2019, 7:54 PM IST

আফগানিস্তানত সক্ৰিয় হৈ আছে লস্কৰ-ই-তৈবাকে ধৰি 20 টা সন্ত্ৰাসবাদী সংগঠন: ৰাষ্ট্ৰৰসংঘৰ ৰিৰ্পট

নিউজ ডেস্ক, 25 জুন: পাকিস্তানৰ লস্কৰ-ই-তৈবাকে আদি কৰি 20 টাৰো অধিক আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন সক্ৰিয় হৈ আছে আফগানিস্তানত ৷ ৰাষ্ট্ৰৰসংঘৰ তথ্য মতে এই সংগঠন সমূহে চৰকাৰৰ বিৰুদ্ধে দেশখনৰ সীমান্ত অঞ্চলত যুজঁ দি আছে ৷

ETV BHARAT ASSAM

Analytical Support and Sanctions Monitering Team এ 1988 Sanctions Committee of the United Nationsক জমা দিয়া ৰিৰ্পটত তালিবান আৰু অন্য সন্ত্ৰাসবাদী দল সমূহে দেশখনৰ শান্তি সম্প্ৰীতিলৈ ভাবুকি অনা দেখা গৈছে ৷ ৰিৰ্পটৰ মতে অল-কাইদায়ে নিজৰ পৰিসৰ বৃদ্ধি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু এই কাৰ্যত সহায় কৰিছে লস্কৰ-ই-তৈবা আৰু হাক্কানী নেটৱৰ্কে ৷

ৰিৰ্পটৰ মতে অল-কাইদায়ে এতিয়াও আফগানিস্তানক তেওঁলোকৰ নেতৃত্বৰ বাবে এক সুৰক্ষিত আশ্ৰয় বুলি গণ্য কৰে ৷ ইয়াৰ উপৰিও তালিবানৰ লগত দীৰ্ঘদিন ধৰি থকা সু-সম্পৰ্কৰ বাবে এক সুৰক্ষিত আশ্ৰয় বুলি ধাৰণা কৰে ৷ তদুপৰি তালিবানৰ আঁৰত অল-কাইদা আৰু অধিক শক্তিশালী হৈ উঠিবলৈ সক্ষম হৈছে ৷

OVER 20 TERRORIST GROUPS INCLUDING PAK BASED LeT ACTIVE IN AFGANISTAN: UN REPORT

আফগানিস্তানত সক্ৰিয় হৈ আছে লস্কৰ-ই-তৈবাকে ধৰি 20 টা সন্ত্ৰাসবাদী সংগঠন: ৰাষ্ট্ৰৰসংঘৰ ৰিৰ্পট

নিউজ ডেস্ক, 25 জুন: পাকিস্তানৰ লস্কৰ-ই-তৈবাকে আদি কৰি 20 টাৰো অধিক আঞ্চলিক আৰু আন্তঃকাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন সক্ৰিয় হৈ আছে আফগানিস্তানত ৷ ৰাষ্ট্ৰৰসংঘৰ ৰিৰ্পটৰ মতে এই সমগঠন সমূহে চৰকাৰৰ বিৰুদ্ধে দেশখনৰ সিমান্ত অঞ্চলত যুজঁ দি আছে ৷
Analytical Support and Sanctions Monitering Team এ 1988 Sanctions Committee of the United Nations ক জমা দিয়া ৰিৰ্পটত টালিবান আৰু অন্য সন্ত্ৰাসবাদী দল সমূহে দেশখনৰ শান্তি সম্প্ৰিতীলৈ ভাবুকি অনা দেখা গৈছে ৷ ৰিৰ্পটৰ মতে অল-কাইদায়ে নিজৰ পৰিশৰ বৃদাধি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু এই কাৰ্যত সহায় কৰিছে লস্কৰ-ই-তৈবা আৰু হাক্কানী নেটৱৰ্কে ৷
ৰিৰ্পটৰ মতে অল-কাইদায়ে এতিয়াও আফগানিস্তানক তেওঁলোকৰ নেতৃত্বৰ বাবে এক  সুৰক্ষিত আশ্ৰয় বুলি গন্য কৰে ৷ ইয়াৰ উপৰিও টালিবান লগত দিৰ্ঘদীন ধৰি থকা সু-সম্পৰ্কৰ বাবে এক সুৰক্ষিত আশ্ৰয় বুলি ধাৰণা কৰে ৷ তদুপৰি টালিবানৰ আৰত অল-কাইদা আৰু অধিক শক্তিশালী হৈ উঠিবলৈ সক্ষম হৈছে ৷  

Saeed_Oct11_dAZNP1p_DdH7k9J.jpg
Last Updated : Jun 25, 2019, 7:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.