ETV Bharat / international

কৰাচীত 1000 তকৈও অধিক লোকৰ সমূহীয়া নামাজত অংশগ্ৰহণ

author img

By

Published : May 24, 2020, 7:31 PM IST

পাকিস্তানত মাৰ্চ মাহৰ মাজৰ পৰাই চলি আছে লক ডাউন । কিন্তু দেশখনত বৃদ্ধি পোৱা কৰ'ণা মহামাৰী সংক্ৰমণ তথা চিকিৎসক সকলৰ সাৱধানবাণীৰ পিছতো প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৰমজান উপলক্ষে মছজিদ সমূহ খোলা ৰখাৰ বাবে অনুমতি প্ৰদান কৰে ।

No social distancing at Eid prayers in Karachi
কৰাচীত 1000 তকৈও অধিক লোকৰ সমূহীয়া নামাজত অংশগ্ৰহণ

ইন্টাৰনেশ্যনেল ডেক্স,24 মেঃ সামাজিক দূৰত্ব মানি চলি যিকোনে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ চৰকাৰী নিৰ্দেশনাৰ পিছতো পাকিস্তানী মুছলমান সকলে দেওবাৰে ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰে । ইছলাম ধৰ্মালম্বী লোকসকলে বিশ্বজুৰি ৰমজানৰ শেষত তিনিদিনীয়া ঈদ-উল-ফিতৰ উদযাপন কৰে । তাৰ পৰিপ্ৰেক্ষিততে কৰাচীত 1000 তকৈও অধিক লোকে সামাজিক নামাজত অংশগ্ৰহণ কৰে ।

কৰাচীত সমূহীয়া নামাজ

উল্লেখ্য যে, পাকিস্তানত মাৰ্চ মাহৰ মাজৰ পৰাই চলি আছে লক ডাউন । কিন্তু দেশখনত বৃদ্ধি পোৱা কৰ'ণা মহামাৰী সংক্ৰমণ তথা চিকিৎসক সকলৰ সাৱধানবাণীৰ পিছতো প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৰমজান উপলক্ষে মছজিদ সমূহ খোলা ৰখাৰ বাবে অনুমতি প্ৰদান কৰে । এই পৰ্যন্ত পাকিস্তানক কৰ'ণা ভাইৰাছত 54,000 লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 1,100 গৰাকী লোকৰ ।

জোন দেখাৰ বাৰ্ষিক বিবাদসমূহ অন্ত পেলাই পোণপ্ৰথমবাৰৰ বাবে পাকিস্তানত দেশজুৰি একে দিনতে উদযাপন কৰে ঈদ ।

লগতে পঢ়ক- চৰকাৰে খবৰ লৈছেনে শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.