ETV Bharat / international

31 আগষ্টলৈ বন্ধ থাকিব পাকিস্তানৰ আকাশমাৰ্গ - আকাশমাৰ্গ

বুধবাৰে এখন ‘notice to airmen(NOTAM)’ জাৰি কৰে পাকিস্তানৰ চিভিল এভিয়েচন অথৰিটীয়ে ৷

31 আগষ্টলৈ বন্ধ থাকিব পাৰিস্তানৰ আকাশমাৰ্গ
author img

By

Published : Aug 28, 2019, 1:20 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 28 আগষ্টঃ পাকিস্তানৰ চিভিল এভিয়েচন অথৰিটিয়ে বুধবাৰে এখন ‘notice to airmen(NOTAM)’ জাৰি কৰে ৷ এই NOTAMৰ জড়িয়তে কাৰাচী আকাশমাৰ্গৰ তিনিটা পথ 28 আগষ্টৰ পৰা 31 আগষ্টলৈ বন্ধ থাকিব বুলি জনাই পাকিস্তান চিভিল এভিয়েচন অথৰিটিয়ে ৷ সকলো আন্তঃৰাষ্ট্ৰীয় বিমানক এই তিনিওটা পথ ব্যৱহাৰ নকৰিবলৈ পাকিস্তানে আহ্বান জনাই ৷ অৱশ্যে পাকিস্তানে এই তিনিওটা পথৰ বাহিৰে বিকল্প পথৰ প্ৰস্তাব দিছে ৷ পাকিস্তানৰ এই পদক্ষেপৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও সন্দেহ কৰা হৈছে যে ভাৰতৰ বাবে সকলো আকাশমাৰ্গ বন্ধ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ৷ ইয়াৰ উপৰিও পাকিস্তানে ভাৰতে আফগানিস্তানৰ লগত ব্যৱসায়ীক সৰ্ম্পকৰ বাবে পাকিস্তানৰ স্থলপথ ব্যৱহাৰৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা সম্ভাৱনা আছে ৷

KARACHI AIRSPACE PARTIALLY SHUT TILL AUGUST 31ST
31 আগষ্টলৈ বন্ধ থাকিব পাৰিস্তানৰ আকাশমাৰ্গ
উল্লেখযোগ্য যে, পাকিস্তানে বালাক'ট এয়াৰ ষ্ট্ৰাইকৰ পিছতো ভাৰতৰ বাবে আকাশমাৰ্গ বন্ধ কৰিছিল যদিও 16 জুলাইত এই নিষেধাজ্ঞা উঠাই লোৱা হৈছিল ৷

31 আগষ্টলৈ বন্ধ থআকিব পাৰিস্তানৰ আকাশমাৰ্গ

ইন্টাৰনেশ্যনেল ডেস্ক, 28 আগষ্টঃ পাকিস্তানৰ চিভিল এভিয়েচন অথৰিটীয়ে বুধবাৰে এখন ‘notice to airmen(NOTAM)’ জাৰি কৰে ৷ এই NOTAMৰ জড়িয়তে কাৰাচি আকাশমাৰ্গৰ তিনিটা পথ 28 আগষ্টৰ পৰা 31 আগষ্টলৈ বন্ধ থাকিব বুলি জনাই পাকিস্তান চিভিল এভিয়েচন অথৰিটীয়ে ৷ সকলো অন্তঃৰাষ্ট্ৰীয় বিমানক এই তিনিওটা পথ ব্যৱহাৰ নকৰিবলৈ পাকিস্তানে আহ্বান জনাই ৷ অবশ্যে পাকিস্তানে এই তিনিওটা পথৰ বাহিৰে বিকল্প পথৰ প্ৰস্তাব দিছে ৷ পাকিস্তানৰ এই পদক্ষেপৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও সন্দেহ কৰা হৈছে যে ভাৰতৰ বাবে সকলো আকাশমাৰ্গ বন্ধ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ৷ ইয়াৰ উপৰিও পাকিস্তানে ভাৰতে আফগানিস্তানৰ লগত ব্যপাৰৰ বাবে পাকিস্তানৰ স্থলপথ ব্যৱহাৰৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা সম্ভাৱনা আছে ৷
উল্লেখযোগ্য যে, পাকিস্তানে বালাক’ট এয়াৰ ষ্ট্ৰাইকৰ পিছতো ভাৰতৰ বাবে আকাশমাৰ্গ বন্ধ কৰিছিল আকৰ যোৱা 16 জুলাইত এই নিষেধাজ্ঞা উঠাই লোৱা হৈছিল ৷
paknotamaug28.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.