ETV Bharat / international

ইণ্ডোনেছিয়াত সন্ধানহীন চাবমেৰিন উদ্ধাৰ

author img

By

Published : Apr 26, 2021, 9:08 AM IST

ইণ্ডোনেছিয়াৰ সামৰিক মুৰব্বী হাদি তাজাহজান্তোৱে নিশ্চিত কৰিছে যে, নাংগালা-402 চাবমেৰিনত থকা সকলো 53 গৰাকী ক্ৰু সদস্যক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷

Indonesia finds missing submarine
ইণ্ডোনেছিয়াত সন্ধানহীন চাবমেৰিন উদ্ধাৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,26 এপ্ৰিল : ইণ্ডোনেছিয়াত উদ্ধাৰ কৰা হৈছে সন্ধানহীন হৈ থকা এটা চাবমেৰিন ৷ এই সন্দৰ্ভত শীৰ্ষ সামৰিক বিষয়াসকলে জনোৱা মতে, ইণ্ডোনেছিয়াত সন্ধানহীন হোৱা এখন চাবমেৰিন বালি দ্বীপৰ সমীপত উদ্ধাৰ কৰা হৈছে ৷ লগতে চাবমেৰিনখনত থকা 53 গৰাকী ক্ৰু সদস্য মৃত অৱস্থাত উদ্ধাৰ হৈছে ৷

ইণ্ডোনেছিয়াৰ নৌ সেনা প্ৰধান য়ুডো মাৰ্গোনোৱে দেওবাৰে কয় যে, নাংগালা-402 চাবমেৰিনটো সাগৰৰ তলত 838 মিটাৰ গভীৰতাত তিনিটাকৈ টুকুৰা হোৱা অৱস্থাত উদ্ধাৰ কৰা হয় ৷ ক্ৰু সদস্য কেইগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে নৌসেনা প্ৰধান গৰাকীয়ে ৷

লগতে পঢ়ক : বদ্ৰীনাথত শুকুলা বৰফৰ আচ্ছাদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.