ETV Bharat / international

চাইবাৰ আক্ৰমণৰ বলি হ'ব নেকি ভাৰত ?

author img

By

Published : Jun 20, 2020, 4:00 PM IST

এক বৃহৎ চাইবাৰ আক্ৰমণৰ বলি হ'ব পাৰে বিশ্বৰ 6 খনকৈ ৰাষ্ট্ৰ ৷ ভাৰত,ছিংগাপুৰ,দক্ষিণ কোৰিয়া,জাপান,আমেৰিকা আৰু ইউ.কেক লক্ষ্য কৰি লৈছে উত্তৰ কোৰিয়াৰ হেকাৰৰ গ্ৰুপটোৱে ৷

India is among six nations that may see a large cyber attack

নিউজ ডেস্ক, 20 জুনঃ ভাৰত বিশ্বৰ সেই 6 খন ৰাষ্ট্ৰৰ মাজতে অন্যতম যিয়ে হয়তো আগন্তুক 21 জুনত উত্তৰ কোৰিয়াৰ হেকাৰৰ দ্বাৰা Covid-19 সম্পৰ্কীয় কোনো বিষয়ৰ লগত জড়িত এক বৃহৎ চাইবাৰ আক্ৰমণৰ বলি হ'ব পাৰে ৷

চাইবাৰ আক্ৰমণৰ বলি হ'ব পাৰে বিশ্বৰ 6 খনকৈ ৰাষ্ট্ৰ

ZDNet য়ে উল্লেখ কৰা এক প্ৰতিবেদন অনুসৰি, Lazarus নামৰ গ্ৰুপটোৱে 50 লাখৰো অধিক ব্যক্তি আৰু ব্যৱসায়ীকে ধৰি সৰু-ডাঙৰ প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ লক্ষ্য হিচাপে ল'ব পাৰে ৷ তেওঁলোকৰ লক্ষ্যত থকা 6 খন দেশ হ'ল: ভাৰত, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, জাপান, আমেৰিকা আৰু ইউ.কে ৷

চাইবাৰ আক্ৰমণৰ বলি হ'ব নেকি ভাৰত ?
চাইবাৰ আক্ৰমণৰ বলি হ'ব নেকি ভাৰত ?

Lazarus নামৰ গ্ৰুপটোৱে ইতিমধ্যে জাপানৰ 11 লাখ ব্যক্তিগত ই-মেইল আইডি, ভাৰতত 20 লাখ আৰু ইউ.কেত ১৮০,০০০ ব্যৱসায়িক যোগাযোগৰ বিশদ তথ্য থকা বুলি দাবী কৰিছে ৷

এই আক্ৰমণত ছিংগাপুৰৰ 8,000 সংগনৰ অন্তৰ্ভুক্ত কৰা হৈছে ৷ য'ত ই-মেইল টেমপ্লেট হাইলাইট কৰা যোগাযোগ সমূহ ছিংগাপুৰৰ বিজনেজ ফেডাৰশ্যনৰ সদস্য সকলক উদ্দেশ্যে সম্বোধন কৰা হৈছে ৷

2001 চনত বাণিজ্য আৰু শিল্প মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰৱৰ্তিত SBFয়ে ছিংগাপুৰৰ ব্যৱসায় প্ৰচাৰৰ বাবে দায়বদ্ধ হোৱাৰ লগতে বৰ্তমান 27,200 টা সংস্থাৰো প্ৰতিনিধিত্ব কৰি আছে ৷

Cyfirmaৰ প্ৰতিষ্ঠাতা তথা মুখ্য কাৰ্যবাহী বিষয়া কুমাৰ ৰিতেশে উল্লেখ কৰা অনুসৰি, তেওঁলোকে ইতিমধ্যে ছিংগাপুৰ, জাপান, দক্ষিণ কোৰিয়া, ভাৰত, আৰু আমেৰিকাৰ কম্পিউটাৰ ইমাৰজেন্সী ৰেচপন্স টীমক এই বিষয়ে অৱগত কৰিছে ৷ লগতে ইউ,কেৰ ৰাষ্ট্ৰীয় চাইবাৰ চিকিউৰিটী কেন্দ্ৰকো এই বিষয়ে অৱগত কৰিছে ৷

এই বিষয়ে অনগত হোৱাৰ লগে লগে 6 টা সংস্থাই ইতিমধ্যে সতৰ্কতা অৱলম্বন কৰি তদন্ত আৰম্ভ কৰিছে ৷

উল্লেখ্য যে, Lazarus নামৰ গ্ৰুপটোক উত্তৰ কোৰিয়াৰ Reconnaissance নামৰ ব্যুৰো দ্বাৰা নিয়ন্ত্ৰিত ৷ Lazarusৰ 2014 চনত চনী পিকচাৰ্ছ এণ্টাৰটেইনমেন্টৰ লগতে আমেৰিকা আৰু গ্ৰেট ব্ৰিটেইনত 2017 চনত কৰা WannaCry ransomware চাইবাৰ আক্ৰমণৰ বাবেও দোষাৰোপ কৰা হৈছিল ৷

বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহত Lazarus নামৰ গ্ৰুপটোৰ বাবে ভাৰতৰ এটিএম সমূহৰ তথ্য আৰু গ্ৰাহকৰ তথ্য চুৰিৰ বাবে Kaspersky security researchersএ এটা malware প্ৰস্তুত কৰিছিল ৷

লগতে পঢ়কঃ আফগানিস্তানত ১৭ জন তালিবানী সন্ত্ৰাসবাদী নিহত,২০ জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.