ETV Bharat / international

তৃতীয়বাৰৰ বাবে ছৌদি প্ৰিন্সৰ সৈতে কাশ্মীৰ সম্পৰ্কত ইমৰাণ খানৰ আলোচনা

author img

By

Published : Aug 27, 2019, 7:37 PM IST

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে তৃতীয়বাৰৰ বাবে ছৌদি প্ৰিন্স মহম্মদ বিন ছলমানৰ সৈতে কাশ্মীৰ সম্পৰ্কত ফোনৰ জৰিয়তে আলোচনা কৰে ৷ জম্মু - কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ অধিকাৰ কাঢ়ি লোৱাৰ পাছৰ পৰা তৃতীয়বাৰৰ বাবে দুই দেশৰ নেতাই এইদৰে বাৰ্তালাপ কৰে বুলি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ পাইছে ৷

তৃতীয়বাৰৰ বাবে ছৌদি প্ৰিন্সৰ সৈতে কাশ্মীৰ সম্পৰ্কত ইমৰাণ খানৰ আলোচনা

ইন্টাৰনেশ্যনেল ডেস্ক, 27 আগষ্ট : পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে তৃতীয়বাৰৰ বাবে ছৌদি প্ৰিন্স মহম্মদ বিন ছলমানৰ সৈতে কাশ্মীৰ সম্পৰ্কত ফোনৰ জৰিয়তে আলোচনা কৰে ৷ জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ অধিকাৰ কাঢ়ি লোৱাৰ পাছৰ পৰা তৃতীয়বাৰৰ বাবে দুই দেশৰ নেতাই এইদৰে বাৰ্তালাপ কৰে বুলি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ পাইছে ৷

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান

জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে পাকিস্তানে বিষয়টোক আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ ঠেলি নিব বিচাৰিছিল যদিও বিশ্বৰ শীৰ্ষ ৰাষ্ট্ৰৰ পৰা কোনো সঁহাৰি পাবলৈ সক্ষম নহ'ল ৷ আন্তৰাষ্ট্ৰীয় সমিতিয়ে পাকিস্তানক সহায়ৰ হাত আগবঢ়াবলৈ অস্বীকাৰ কৰাৰ লগতে এয়া ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি মন্তব্য কৰে ৷ ইয়াৰ পাছতে ক্ৰোধান্বিত পাকিস্তানে ভাৰতৰ সৈতে সকলো ধৰণৰ বাণিজ্যিক আৰু কূটনৈতিক সম্পৰ্ক ছেদ কৰিছিল ভাৰতৰ সৈতে ৷

Intro:Body:Conclusion:

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.