ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

author img

By

Published : Sep 23, 2020, 2:59 PM IST

বিশ্বত কৰ'ণাৰ সংক্ৰমণে অতিক্ৰম কৰিলে 3,17,87,504 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ ইয়াৰ বিপৰীতে কৰ'ণাত আক্ৰান্ত হৈ 9,75,541 গৰাকী লোকে বিশ্বজুৰি মৃত্যুক সাৱটি লৈছে ৷

বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

ইণ্টাৰনেশ্যনেল ডেস্ক, 23 ছেপ্তেম্বৰ: সমগ্ৰ বিশ্বতে 3,17,87,504 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৷ ইয়াৰ বিপৰীতে কৰ'ণাত আক্ৰান্ত হৈ 9,75,541 গৰাকী লোকে বিশ্বজুৰি মৃত্যুক সাৱটি লৈছে ৷ অৱশ্যে বৰ্তমানলৈ 2,34,02,708 গৰাকী লোকে এই মহামাৰীৰ কৱলৰ পৰা আৰোগ্য লাভ কৰিছে ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

কৰ'ণা মহামাৰীয়ে আটাইতকৈ অধিক প্ৰভাৱিত কৰিছে আমেৰিকাক ৷ আমেৰিকাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 70,97,937 গৰাকী লোকলৈ ৷ লগতে 2,05,471 গৰাকী লোকে এই পৰ্যন্ত মৃত্যুক সাৱটি লৈছে দেশখনত ৷

আনহাতে এই মহামাৰী সংক্ৰমণৰ ক্ষেত্ৰত ভাৰত আছে দ্বিতীয় স্থানত ৷ ভাৰতত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 56 লক্ষাধিক ৷

লগতে পঢ়ক: কাশ্মীৰৰ জাকজমক বিয়াৰ উছাহত পানী ঢালিছে কোভিডে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.