ETV Bharat / international

1,80,25,877 লৈ বৃদ্ধি বিশ্বত কৰ'ণা আক্ৰান্তৰ সংখ্যা - দক্ষিণ আফ্ৰিকা

সমগ্ৰ বিশ্বতে কৰ'ণাৰ সংক্ৰমণে অতিক্ৰম কৰিলে 1,80,25,877 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ বিশ্বৰ ভিন্ন প্ৰান্তত কৰ'ণা সংক্ৰমণৰ সাম্প্ৰতিক স্থিতি জানিবলৈ চাওক এই প্ৰতিবেদন...

1,80,25,877 লৈ বৃদ্ধি বিশ্বত কৰ'ণা আক্ৰান্তৰ সংখ্যা

author img

By

Published : Aug 2, 2020, 5:02 PM IST

নিউজ ডেস্ক, 2 আগষ্ট: কৰ'ণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে পৃথিৱীৰ 1,80,25,877 তকৈয়ো অধিক লোকলৈ ৷ 6,88,962 তকৈয়ো অধিকলৈ বৃদ্ধি পালে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্য়ুক সাৱটি লৈছে লোকৰ সংখ্য়া ৷ অৱশ্যে বৰ্তমানলৈ 1,13,33,831 তকৈয়ো অধিক লোকে অব্যাহতি লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷

শনিবাৰলৈ দক্ষিণ আফ্ৰিকাত 5,00,000 গৰাকীকৈ বৃদ্ধি পায় COVID-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ প্ৰায় 58 মিলিয়ন নাগৰিকেৰে ভৰা দেশখন আমেৰিকা, ব্ৰাজিল, ৰাছিয়া আৰু ভাৰতৰ পাচতে পঞ্চম স্থানত আছে পৃথিৱীৰ আটাইতকৈ অধিক কৰ'ণাৰ সংক্ৰমণ পোৱা দেশসমূহৰ ভিতৰত ৷

সমগ্ৰ বিশ্বতে কৰ'ণাৰ সংক্ৰমণে
1,80,25,877 লৈ বৃদ্ধি বিশ্বত কৰ'ণা আক্ৰান্তৰ সংখ্যা

বিশেষজ্ঞ সকলে উল্লেখ কৰা অনুসৰি, বিশ্বজুৰি কৰ'ণাৰ প্ৰকৃত সংক্ৰমণৰ সংখ্যা সীমিত পৰীক্ষণ আৰু অন্য কোনো কাৰণৰ বাবে নিশ্চিত সংখ্যাতকৈ যথেষ্ট অধিক ৷

35 শতাংশতকৈয়ো অধিক নিশ্চিত আক্ৰান্ত লোক আছে দক্ষিণ আফ্ৰিকাৰ গৌটেং প্ৰান্তত ৷ য'ত দেশখনৰ আটাইতকৈ বৃহৎ চহৰ জোহান্সবাৰ্গকে ধৰি প্ৰিটোৰিয়া অৱস্থিত ৷ স্থানীয় চিকিৎসালয় সমূহত সম্প্ৰতি চলি আছে কৰ'ণাৰ চিকিৎসা ৷ বিশেষজ্ঞ আৰু চিকিৎসক সকলে উল্লেখ কৰা অনুসৰি, আগষ্ট মাহৰ শেষ আৰু চেপ্তেম্বৰ মাহৰ প্ৰথমাৰ্ধত দেশ খনত কৰ'ণাৰ প্ৰকোপে শীৰ্ষলৈ গতি কৰিব পাৰে ৷

লগতে পঢ়ক: পাঞ্জাৱ সুৰা ট্ৰেজেডি : মৃতকৰ সংখ্যা 86 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.