ETV Bharat / international

বিশ্বত COVID-19ৰ শেহতীয়া তথ্য

author img

By

Published : May 4, 2020, 11:48 AM IST

সোমবাৰলৈ সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা 35,66,230 লৈ বৃদ্ধি পোৱাৰ বিপৰীতে, মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 2,48,285 গৰাকী লোকলৈ ।

Global COVID-19 tracker
Global COVID-19 tracker

ইন্টাৰনেশ্যনেল ডেস্কঃ বৰ্তমানলৈ সমগ্ৰ বিশ্বতে 35,66,230তকৈয়ো অধিক লোক COVID-19ত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু মুখত পৰিছে 2,48,285 গৰাকী লোক । ইতিমধ্যে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য হৈ উঠিছে 10,42,841 গৰাকীৰো অধিক লোক ।

সোমবাৰে নিউজিলেণ্ডত কৰ'ণা আক্ৰান্তৰ কোনো নতুন তথ্য পোৱা নাই । যিয়ে দেশখনে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে গ্ৰহণ কৰা চেষ্টাৰ সাহসিক ৰণনীতিক সূচায় ।

বিশ্বত COVID-19ৰ শেহতীয়া তথ্য
বিশ্বত COVID-19ৰ শেহতীয়া তথ্য

ইয়াৰ বিপৰীতে সোমবাৰে চীনত নতুনকৈ তিনিজন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে যদিও, অতিৰিক্ত কোনো লোকৰ মৃত্যু হোৱা নাই এই মহামাৰীত ।

লগতে পঢ়কঃ জনছনৰ মৃত্যুৰ আশংকাত আকস্মিক আঁচনি সাজু ৰাখিছিল ব্ৰিটেইনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.