ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

author img

By

Published : Jul 6, 2020, 12:32 PM IST

বিশ্বৰ ভিন্ন দেশত COVID-19ৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...

COVID-19 GLOBAL TRACKER
COVID-19 GLOBAL TRACKER

নিউজ ডেস্ক, 6 জুলাইঃ সমগ্ৰ বিশ্বতে 1,15,49,867 গৰাকী লোকলৈ বৃদ্ধি পালে COVID-19ৰ সংক্ৰমণ । 6 জুলাইৰ দিনটোৰ সমগ্ৰ বিশ্বতে মুঠ 1,78,221 গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি । ইয়াৰ সমন্তৰালকৈ এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে মুঠ 5,36,443 গৰাকী লোকে । সোমবাৰৰ দিনটোত সমগ্ৰ বিশ্বতে মৃত্যুক সাৱটি ল'লে 3,587 গৰাকী লোকে ।

বিশ্বৰ ভিন্ন দেশত COVID-19
বিশ্বৰ ভিন্ন দেশত COVID-19

এই মহামাৰীৰ ফলত বিশ্বৰ ভিতৰতে সৰ্বাধিক আক্ৰান্তৰ সংখ্যা পোৱা গৈছে আমেৰিকাত । আমেৰিকাত বৰ্তমানলৈ 29,82,253 গৰাকী লোক COVID-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে, মৃত্যুক সাৱটি লৈছে 1,32,567 গৰাকী লোকে । একেদৰে এই মহামাৰীৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয়তে আছে ক্ৰমে ব্ৰাজিল আৰু ভাৰত । ব্ৰাজিলত 16,04,585 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ভাৰতত আক্ৰান্ত হৈছে 6,97,836 গৰাকী লোক ।

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

লগতে পঢ়কঃ DNA origami ব্যৱহাৰ কৰি HIV ৰ সম্ভাৱ্য প্ৰতিষেধক প্ৰস্তুত MIT গৱেষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.