নিউজ ডেস্ক,১৩ জুলাই: যোৱাটো মাহত চীনত হৈ যোৱা প্ৰলয়ংকৰী বানত প্ৰায় ২৮০০০ গৃহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১৪১জনকৈ অধিক লোকৰ মৃত্যু আৰু নিৰুদ্দেশ হৈছে ।
যোৱা ৫০ বছৰৰ ভিতৰত য়াংক্টজে নদীৰ উপত্যকা অঞ্চলত এইবাৰ দ্বিতীয় সৰ্বোচ্চ হাৰত হোৱা এই প্ৰৱল বৃষ্টিপাতৰ ফলত এনে এক বিপৰ্যয়ৰ মুখামুখি হ'ব লগা হ'ল চীন দেশ ।
![China reports over 140 dead or missing in floods](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02:46:57:1594631817_8005678_pic.jpg)
লগতে চাওকঃ চাইবাৰ অপৰাধীৰ নতুন হাথিয়াৰ টিকটক