ETV Bharat / international

মোডীক অভিনন্দন তিব্বতীয় বৌদ্ধ ধৰ্মগুৰু দালাই লামাৰ

author img

By

Published : May 25, 2019, 7:27 AM IST

উল্লেখ্য যে ভাৰতবৰ্ষৰ দৰে সম্প্ৰদায়িক দেশখনৰ মোডী এগৰাকী প্ৰকৃত নেতা বুলি উল্লেখ কৰি শুকুৰবাৰে তিব্বতীয় বৌদ্ধ ধৰ্মগুৰুজনে প্ৰধানমন্ত্ৰীগৰাকীলৈ অভিনন্দন জনাই এখন পত্ৰ প্ৰেৰণ কৰে ৷

মোডীক অভিনন্দন বাৰ্তা প্ৰেৰণ তিব্বতীয় বৌদ্ধ ধৰ্মগুৰু দালাই লামাৰ

নিউজ ডেস্ক, 25 মেঃ শুকুৰবাৰে প্ৰধান মোডীক অভিনন্দন জনাই বাৰ্তা প্ৰেৰণ কৰে তিব্বতীয় বৌদ্ধ ধৰ্মগুৰু দালাই লামাই ৷ লোকসভা নিৰ্বাচনত মোডী আৰু নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স (NDA)ৰ বিজয়ৰ বাবে শুভেচ্ছা বাণী প্ৰদান কৰে ধৰ্মগুৰুজনে ৷

etv bharat assam

উল্লেখ্য যে ভাৰতবৰ্ষৰ দৰে সম্প্ৰদায়িক দেশখনৰ মোডী এগৰাকী প্ৰকৃত নেতা বুলি উল্লেখ কৰি শুকুৰবাৰে তিব্বতীয় বৌদ্ধ ধৰ্মগুৰুজনে প্ৰধানমন্ত্ৰীগৰাকীলৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷ পত্ৰখনত পূৰ্বৰ দৰে তিব্বতীয় চৰকাৰৰ বাবে সমৰ্থন আশা কৰো বুলিও উল্লেখ কৰে তিব্বতীয় বৌদ্ধ ধৰ্মগুৰু দালাই লামাই ৷

Intro:Body:

kora ji mon bal

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.